লেডি ডন চিকিৎসক : ( তোক চৰিয়াম এতিয়া ) চতুর্থ শ্ৰেণীৰ মহিলা কৰ্মচাৰীৰ লগত খণ্ড যুদ্ধ

মাজুলীৰ দক্ষিণপাট ৰাজ্যিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি।। 

@ চিকিৎসায়ৰ চৌহদত দুৰ্বাদল কাজিয়া মহিলা চিকিৎসক আৰু এগৰাকী চতুর্থ শ্ৰেণীৰ মহিলা কৰ্মচাৰীৰ।। 

■ কতব্যৰত মহিলা চিকিৎসক আৰু চতুর্থ শ্ৰেণীৰ মহিলা কৰ্মচাৰীৰ মাজত খণ্ড যুদ্ধ।।

■ কেমৰা সন্মুখত চতুর্থ শ্ৰেণীৰ কৰ্মচাৰীক চৰিয়াবলৈ আগবাঢ়িল এই গৰাকী চিকিৎসক সুৰভি ঠাকুৰীয়াই।

■ মেনজিঙ সমিতিৰ সভাপতি আৰু কেমেৰা সন্মুখত এই উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়..।।

@ পৰৱৰ্তী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে।