বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২২ত সোণৰ পদক লাভ কৰি মঙলবাৰে ইতিহাস ৰচনা কৰিলে ভাৰতৰ লন বলছ মহিলা দলে। লন বলছ ইভেণ্টত দেশৰ এইটোৱেই আছিল প্ৰথমটো পদক। ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ১৭-১০ ব্যৱধানত জয় লাভ ভাৰতৰ ।দলত আছিল অসমৰ নয়নমণি শইকীয়াৰ লগতে লাভলী চৌবে, পিংকি আৰু ৰূপা ৰাণী তিৰ্কী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કેસરી, સફેદ અને લીલા રંગના શાકભાજીઓ થકી
રાષ્ટ્રધ્વજનો આકાર રચીને કિશોરીઓને પૌષ્ટીક આહારનું મહત્વ સમજાવાયું
કેસરી, સફેદ અને લીલા રંગના શાકભાજીઓ થકી
રાષ્ટ્રધ્વજનો આકાર રચીને કિશોરીઓને પૌષ્ટીક આહારનું મહત્વ...
বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ বিৰোধিতাৰে চিলাপথাতো বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ প্ৰতিবাদ
আজি ৰাজ্যজুৰি বিদ্যুৎ বিভাগৰ কৰ্মচাৰী সকলে বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ বিৰোধিতাৰে প্ৰতিবাদ...
Ratan Tata Passed Away: रतन टाटा के जीवन की अद्भुत झलकियां देखिए | Tata Group | Aaj Tak News
Ratan Tata Passed Away: रतन टाटा के जीवन की अद्भुत झलकियां देखिए | Tata Group | Aaj Tak News