নাৰাযণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত ৰঙতিত বিদ্যুৎপৃষ্ঠ হৈ মৃত্যুক সাৱতিলে এগৰাকী নামঘৰীয়া ৷ মৃত লোকজন শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ জৰিগুৰি প্ৰাথমিক শাখা নামঘৰৰ নামঘৰীয়া ৰমাকান্ত গগৈ (৬০) বুলি জানিব পৰা গৈছে ৷ নামঘৰীয়া ৰমাকান্ত গগৈয়ে কাতি বিহু বুলি উপলক্ষ্যে নামঘৰ মুচিবৰ বাবে মাটি কাটি থকা অৱস্থাত সমীপৰ ১১ হাজাৰ ভল্টেজৰ বিদ্যুতৰ আৰ্থিংত লাগি থিতাতে মৃত্যুমুখত পৰে ৷ বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে বিদ্যুতপৃষ্ঠ হৈ নামঘৰীয়াজনৰ মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ অভিযোগ তুলিছে ৷ ইফালে সৰবৰহী নামঘৰীয়া তথা বৈষ্ণৱগৰাকীৰ অকাল মৃত্যু ৰঙতিবাসী শোকস্তব্ধ হৈ পৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બોટાદ નવનિર્મિત પોલીસ અધિક્ષક ની કચેરી નું ગૃહ પ્રધાન હસ્તે લોકાર્પણ કરાશે
બોટાદ નવનિર્મિત પોલીસ અધિક્ષક ની કચેરી નું ગૃહ પ્રધાન હસ્તે લોકાર્પણ કરાશે ...
সোণজান গাঁৱত শোকাৱহ পথ দূৰ্ঘটনাৰ ফলত থিতাতে নিহত হৰেন মৰান (২৪) নামৰ এজন যুৱক
সোণজান গাঁৱত শোকাৱহ পথ দূৰ্ঘটনাৰ ফলত থিতাতে নিহত হৰেন মৰান (২৪) নামৰ এজন যুৱক ৷
উত্তৰ গুৱা হাটীত বৃহত্তৰ গুৱাহাটী মহিলামঞ্চ সাংস্কৃতিক সংস্থাৰ শাখা সমিতি গঠনঃ
আজি ১১ এপ্ৰিল মঙ্গলবাৰে বিয়লি ২:৩০বজাত গুৱাহাটীৰ চুপাৰমাৰ্কেটস্থিত প্ৰতিমা বৰুৱা পাণ্ডে...
जब बीच डिबेट में Supriya Shrinate ने बोला 'सखी सइयां तो खूबई कमात है...' | NDA | INDIA | BJP
जब बीच डिबेट में Supriya Shrinate ने बोला 'सखी सइयां तो खूबई कमात है...' | NDA | INDIA | BJP
इनरव्हील क्लब कोटा नॉर्थ का सर्वाइकल कैंसर वैक्सीनेशन केम्प, एच पी वी केन्सर की दूसरी डोज़ लगाई
इनरव्हील क्लब कोटा नॉर्थ द्वारा बरथुनिया हॉस्पिटल तलवंडी में आयोजित किया गया क्लब अध्यक्ष सरिता...