কিমান সুৰক্ষিত আপোনাৰ সন্তানে ভাল পোৱা ব্ৰিটেনিয়াৰ কেক ?

-ব্রিটানিয়া টিফিন কেকৰ ভিতৰত ভেঁকুৰৰ বাহ

- বজাৰত নিম্নমান-খাদ্যৰ অনুপযোগী ব্রিটানিয়া কেক

- সুদৃশ্য পেকেট খুলিলে ওলাই পৰে ভেঁকুৰৰ বাহ

- গুৱাহাটীৰ এটি শিশুৱে পেকেট খুলি দেখিলে ভেঁকুৰযুক্ত কেক।