চৰাইদেউ জিলাৰ আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। আজি পুৱাৰ ভাগত জিলাখনৰ সোণাৰি আবকাৰী চক্ৰৰ পৰিদৰ্শকৰ নেতৃত্বত আবকাৰী অভিযানকাৰী দলে নামতোলা আৰক্ষীৰ সহযোগত জিলাখনৰ আচনিবিল আৰু দাঁতিকাষৰীয়া অঞ্চলত এক অভিযান চলায়।অভিযান কালত দলটোৱে কেইবাটাও স্থানত অসাধু চুলাই মদৰ ব্যৱসায়ীয়ে পাতি লোৱা চুলাইৰ ভাতী উচ্ছেদ কৰাৰ লগতে প্ৰায় ২০০০ লিটাৰ চুলাই মদ তৈয়াৰৰ বাবে ৰখা পাছ, ২টা সুৰা তৈয়াৰত ব্যৱহৃত যন্ত্ৰ জব্দ কৰাৰ লগতে প্ৰায় ২০ লিটাৰ বিক্ৰীৰ বাবে ৰখা চুলাই জব্দ কৰি নষ্ট কৰে। অভিযানকাৰী দল যোৱাৰ উমান পাই অবৈধ সুৰাৰ ব্যৱসায়ীসকল পলাই সাৰে। এই সন্দৰ্ভত অবৈধ সুৰাৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে মুঠ ২ টা গোচৰ ৰুজু কৰা হয় বুলি জানিব পৰা গৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસાની સબજેલમાં આજે ફૂડ પોઇજનિંગના કારણે આરોપીઓ બેભાન થઈ પડ્યા હોવાની ઘટના સામે
ડીસાની સબજેલમાં આજે ફૂડ પોઇજનિંગના કારણે આરોપીઓ બેભાન થઈ પડ્યા હોવાની ઘટના સામે
Atiq Ahmed और अशरफ की हत्या करने वाले लवलेश तिवारी का सामने आया बालाघाट कनेक्शन, फेसबुक पर डाली थी फोटो
उत्तर प्रदेश के प्रयागराज जिले में 15 मार्च की देर रात माफिया से राजनेता बने अतीक अहमद और उसके...
10 उपवास करने वाले अविनाश गंगवार के पारणे का निकाला जुलूस
बूंदी । दशलक्षण पर्व के तहत 10 उपवास करने वाले त्यागी वृति शिप्रा पाटनी और अविनाश गंगवाल के पारणे...
গোলাঘাট বাচ আস্থানত জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ সংগীতানুষ্ঠানত দুগৰাকী যুৱতীৰ মদ খাই উদ্ভণ্ডালি l
গোলাঘাট বাচ আস্থানত জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ সংগীতানুষ্ঠানত দুগৰাকী যুৱতীৰ মদ খাই উদ্ভণ্ডালি...
Donald Trump Vs Joe Biden : डोनाल्ड ट्रंप या बाइडन, कौन बनेगा अमेरिका का अगला राष्ट्रपति? (BBC)
Donald Trump Vs Joe Biden : डोनाल्ड ट्रंप या बाइडन, कौन बनेगा अमेरिका का अगला राष्ट्रपति? (BBC)