সোণাৰিত টাইপাৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি।সোণাৰিত টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীৰ বাধা। প্ৰতিবাদী টাইপাৰ কৰ্মীক আদবাটতে আৱদ্ধ কৰিলে আৰক্ষীয়ে।

সোণাৰিত উত্তপ্তময় পৰিস্থিতি।টাই আহোম যুৱ পৰিষদৰ জনজাতি কৰণ আৰু স্বায়ত্ব শাসন প্ৰদান কৰাৰ দাবীত জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী।ৰাজপথত বাধা আৰক্ষী।আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ। টাই আহোম সকলক জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত টাইপা চৰাইদেউ জিলা সমিতিয়ে হাতত লৈছিল জিলা উপায়ুক্তৰ কাৰ্য্যালয় ঘেৰাও কাৰ্যসূচী।