সোণাৰিত জনজাতিকৰণৰ দাবীত টাইপাৰ প্ৰতিবাদী কাৰ্যসূচী

সোণাৰিত উত্তপ্তময় পৰিস্থিতি।টাই আহোম যুৱ পৰিষদৰ জনজাতি কৰণ আৰু স্বায়ত্ব শাসন প্ৰদান কৰাৰ দাবীত জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী।ৰাজপথত বাধা আৰক্ষী।আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ।