শিৱসাগৰ বেতবাৰীৰ শংকৰ জ্যেতি সংগীত বিদ্যালয়ত অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি ওলহ মালহেৰে উদ্‌যাপন কৰা হয়।উক্ত উদ্‌যাপিত দিৱসৰ লগত সংগতি ৰাখি সংগীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা শাস্ত্ৰীয় আৰু সংগীতৰ এক সুৰীয়া অনুষ্ঠান আৰু সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়।