আজি বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাবৰ উদ্যোগত আয়োজিত ডা°ৰামদত্ত বুজৰবৰুৱা আৰু ভূপেন শৰ্মা সোঁৱৰণী চলন্ত ট্ৰফী প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতাৰ আজি ফাইনেল খেলখন অনুষ্ঠিত হয়৷পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত উক্ত ফাইনেল খেল উদ্বোধন কৰে মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই৷আনহাতে মুখ্য অতিথি হিযাবে উপস্থিত থাকে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা৷খেলৰ মাজতে সাংসদ গৰাকীয়ে সাংবাদিকৰ আগত কয় যে উক্ত খেলখন পুৰণি খেল ৷ আনহাতে অঞ্চলটোত ফুটবল অতি জনপ্ৰিয় খেল ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ লগতে উক্ত খেলপথাৰৰ আন্তঃগাঁথনি মজবুত কৰাৰ ব্যৱস্থা কৰা হব৷তেওঁ অসম চৰকাৰৰ পৰা পাৰ্য্যমানে সহায় কৰাৰো আশ্বাস দিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে নাহৰকটীয়া আৰক্ষীৰ অভিযান অব্যাহত ।
নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ চাচনী মৌজাৰ আমগুৰি অঞ্চলৰ বাসিন্দা সঞ্জয় খনিকৰৰ বাসগৃহত...
গুৱাহাটীত পৌৰনিগমৰ হৰ ঘৰ কী তিৰঙ্গা কাৰ্যসূচী উপলক্ষে অনুষ্ঠিত বিশেষ ৰেলি
👉লতাশিল খেলপথাৰৰ পৰা নেহৰু ষ্টেডিয়ামলৈ উলিওৱা হৈছে এই বিশেষ ৰেলি
👉অনুষ্ঠানত অংশগ্ৰহণ পৌৰ নিগমৰ...
চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ আন্ত:গাঠনিৰ উন্নয়ন হলেহে শিক্ষা ব্যৱস্থাৰ মান উন্নত হ’ব- টংকেশ্বৰ ৰাভা৷
একেদিনাই তিনিটাকৈ পকীপথৰ শুভ উদ্বোধন৷
ৰাভা হাছং পৰিষদীয় এলেকাত একাংশ বিদ্যালয়ত যদি ছাত্ৰছাত্ৰীৰ বিপৰীতে শিক্ষকৰ সংখ্যা নগণ্য আন...
वृद्वाश्रमों में किया गया विधिक साक्षरता शिविर का आयोजन
राजस्थान राज्य विधिक सेवा प्राधिकरण जयपुर के निर्देशानुसार जिला विधिक सेवा प्राधिकरण सचिव सरिता...
প্ৰশান্ত ফুকনৰ জোঁৱাইৰ পৰা চাইবাৰ অপৰাধীয়ে লুটি নিলে ৫৫ লাখ টকা।
প্ৰশান্ত ফুকনৰ জোঁৱাইৰ পৰা চাইবাৰ অপৰাধীয়ে লুটি নিলে ৫৫ লাখ টকা।