আজি বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাবৰ উদ্যোগত আয়োজিত ডা°ৰামদত্ত বুজৰবৰুৱা আৰু ভূপেন শৰ্মা সোঁৱৰণী চলন্ত ট্ৰফী প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতাৰ আজি ফাইনেল খেলখন অনুষ্ঠিত হয়৷পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত উক্ত ফাইনেল খেল উদ্বোধন কৰে মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই৷আনহাতে মুখ্য অতিথি হিযাবে উপস্থিত থাকে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা৷খেলৰ মাজতে সাংসদ গৰাকীয়ে সাংবাদিকৰ আগত কয় যে উক্ত খেলখন পুৰণি খেল ৷ আনহাতে অঞ্চলটোত ফুটবল অতি জনপ্ৰিয় খেল ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ লগতে উক্ত খেলপথাৰৰ আন্তঃগাঁথনি মজবুত কৰাৰ ব্যৱস্থা কৰা হব৷তেওঁ অসম চৰকাৰৰ পৰা পাৰ্য্যমানে সহায় কৰাৰো আশ্বাস দিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
प्रियंका गांधी आज रोड शो के बाद नामांकन दाखिल करेंगी:सोनिया-राहुल भी साथ रहेंगे; BJP ने नाव्या हरिदास को उतारा
कांग्रेस महासचिव प्रियंका गांधी वाड्रा आज वायनाड लोकसभा सीट से नामांकन दाखिल करेंगी। इस दौरान...
বঙাইগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বঙাইগাঁও জিলাৰ ৩৯১ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান
আজি বঙাইগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাযোগে জিলাখনৰ ৩৯১গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম...
Shah Rukh Khan Death Threat: शाहरुख खान को रायपुर से धमकी, जांच में जुटी Mumbai Police | Aaj Tak
Shah Rukh Khan Death Threat: शाहरुख खान को रायपुर से धमकी, जांच में जुटी Mumbai Police | Aaj Tak
રૂપાખેડા ગામે ઝાલોદ તાલુકાના ભાજપાના પૂર્વ ધારાસભ્ય દ્વારા નિશુલ્ક મોનસુન મેડિકલ કેમ્પ યોજાયો
રૂપાખેડા ગામે ઝાલોદ તાલુકાના ભાજપના પૂર્વ ધારાસભ્ય દ્વારા નિશુલ્ક મોનસુન મેડિકલ કેમ્પ યોજાયો....