গোলাঘাট তপন নগৰ স্থিত নিৰ্জৰা ডাঞ একাডেমিত একাডেমি খনৰ বৰ্ষপুৰ্তি উপলক্ষে ছাত্ৰ ছাত্ৰী সকলক প্ৰশিক্ষণ শিবিৰৰ আয়োজন l ২২ অক্টোবৰত অনুষ্ঠিত হব লগীয়া নিৰ্জৰা ডাঞ একাডেমিৰ বৰ্ষপুৰ্তি উপলক্ষে আজি গোলাঘাট তপন নগৰ স্থিত নিৰ্জৰা ডাঞ একাডেমিত ছাত্ৰ ছাত্ৰী সকলক প্ৰশিক্ষণ শিবিৰৰ এক আনুষ্ঠান আয়োজন কৰা হয় l উক্ত সিবিৰত আজি গোলাঘাট জিলাৰ বিভিন্ন স্থানৰ পৰা অহা শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে l উল্লেখযোগ্য যে ২২ অক্টোবৰ তাৰিখে সতী সাধনী কলাক্ষেত্ৰত নিৰ্জৰা ডাঞ একাডেমিৰ বৰ্ষপুৰ্তি অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰগোহাঁই লগতে অসমীয়া চলচিত্ৰ জগতৰ বিশিষ্ট পৰিচালক সমীৰ বুঢ়াগোহাঁই উপস্থিত থাকিব বুলি উদ্যোগতা সকলে আজি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়াৰ লগতে গোলাঘাট বাসি ৰাইজৰ সহায় সহযোগিতা কামনা কৰে নিৰ্জৰা ডাঞ একাডেমিৰ উদ্যোগতা সকলে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જાફરાબાદ ગામે ખારવા સમાજ ના પ્રમુખ ની વરણી ભગુભાઈ સોલંકી ની નીમણુંક કરવામાં આવી
જાફરાબાદ ગામે ખારવા સમાજ ના પ્રમુખ ની વરણી ભગુભાઈ સોલંકી ની નીમણુંક કરવામાં આવી
પાલનપુરના સ્વસ્તિક શૈક્ષણિક સંકુલના બાળકો દ્વારા આયોજીત ગણેશ ઉત્સવ
પાલનપુરના સ્વસ્તિક શૈક્ષણિક સંકુલના બાળકો દ્વારા આયોજીત ગણેશ ઉત્સવ
बालकांच्या लिंग बदल शस्त्रक्रियेसाठी एकच नाव डॉक्टर हंबर्डे.
बालकांच्या लिंग बदल शस्त्रक्रियेसाठी एकच नाव डॉक्टर हंबर्डे.