ভাৰতীয় জনতা পাৰ্টীৰ মাহমৰা গ্ৰাম্য মণ্ডলৰ অন্তৰ্গত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন-২০২২ ৰ বিশেষ সাংগঠনিক সভা এখন আজি অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহন আৰু সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। প্ৰায় পাঁচ শতাধিক ৰাইজ উপস্থিত থকা সভাখনত আগন্তুক দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ সন্দৰ্ভত আলোচনা কৰা হয়। এই সাংগঠনিক সভাখনত আদৰণি বক্তব্য প্ৰদান কৰে চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছাই। তাৰ পাছত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে উন্নয়ন আৰু বিকাশৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰক্ষেপিত প্ৰাৰ্থীক জয় যুক্ত কৰিবলৈ আহ্বান জনোৱাৰ লগতে সকলো কাৰ্যকৰ্তাকে দায়িত্ব আৰু কৰ্তব্য নিষ্ঠা সহকাৰে পালন কৰিবলৈ আহ্বান জনায়। কেবিনেট মন্ত্ৰী যোগেন মহনে নিৰ্বাচন সম্পৰ্কত বিশদভাৱে আলোচনা আগবঢ়াই। নিৰ্বাচনত যি জনেই বি জে পি দলৰ পৰা প্ৰাৰ্থীত্ব পাব তেওঁৰে জয় নিশ্চিত বুলি মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে। উক্ত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বিশেষ সাংগঠনিক সভাত উপস্থিত থাকে চৰাইদেউ জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰ, চৰাইদেউ জিলা বিজেপিৰ উপ-সভাপতি ৰজকমল মহন, মন্টু কোঁৱৰ, জেষ্ঠ কাৰ্যকৰ্তা ৰাসাল কুমাৰ, ৰাজ্যিক যুৱ মৰ্চাৰ সদস্য জ্যোতিষ কোঁৱৰ, নৱ বৰুৱা, মাহমৰা গ্ৰাম্য মন্ডলৰ সভাপতি হৰেণ গগৈ, সম্পাদক দিগন্ত আৰন্ধৰা, অনুসূচীত জাতি মৰ্চাৰ সভাপতি নিৰঞ্জন মিলি, উদয় পুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী স্মৃতি দুৱৰা, আঞ্চলিক পঞ্চায়তৰ সদস্যা জিন্টি চৰাইমুৰীয়া আৰু দলীয় কাৰ্যকৰ্তা সকল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राजस्थान के जलदाय मंत्री भी भगवान भरोसे,कहा-पानी के लिए भगवान से प्रार्थना करें
राजस्थान में गर्मी की वजह से पानी की समस्या खड़ी हो गई है. मुख्यमंत्री भजनलाल शर्मा ने अधिकारियों...
ಅತ್ತಿಬೆಲೆ ಪಟಾಕಿ ದುರಂತದ ಹಿನ್ನೆಲೆಯಲ್ಲಿ ಸಿಎಂ ಸಿದ್ದರಾಮಯ್ಯ ನೇತೃತ್ವದಲ್ಲಿ ಸಭೆ ನಡೆಯಿತು.
ಅತ್ತಿಬೆಲೆ ಪಟಾಕಿ ದುರಂತದ ಹಿನ್ನೆಲೆಯಲ್ಲಿ ಮುಖ್ಯಮಂತ್ರಿ ಸಿದ್ದರಾಮಯ್ಯ ಅವರು ಇಂದು ಸಂಬಂಧಪಟ್ಟ ಎಲ್ಲಾ ಇಲಾಖೆಗಳ...
ધાનેરા ના જાડી અને સેરા ગામ વચ્ચે અકસ્માત ની ઘટના
ધાનેરા ના જાડી અને સેરા ગામ વચ્ચે અકસ્માત ની ઘટના
संभाजीनगरमध्ये ३ ऑगस्ट रोजी विद्रोही चळवळीतर्फे मराठी भाषा व संस्कृती बचाव परिषद होणार*
संयुक्त महाराष्ट्र चळवळीच्या अभूतपूर्व लढ्यातून बनलेले महाराष्ट्र हे संविधानिक राज्य आहे....
Rajasthan में आज होगा सीएम का ऐलान, BJP कर सकती है बड़ा उलटफेर | Baba Balaknath | Vasundhara Raje
Rajasthan में आज होगा सीएम का ऐलान, BJP कर सकती है बड़ा उलटफेर | Baba Balaknath | Vasundhara Raje