এইবেলিৰ পৰা ভ্ৰাম্যমাণত অভিনয় নকৰে অভিনেতা ভবেশ বৰুৱাই৷শনিবাৰে বাহাৰঘাটত চলিথকা বৃন্দাবন থিয়েটাৰৰ প্ৰথম নিশাৰ নাট প্ৰদৰ্শনৰ প্ৰাক মুহূৰ্তত সাংবাদিকৰ আগত এইকথা সদৰি কৰে প্ৰবীন অভিনেতা গৰাকীয়ে৷সম্পূৰ্ণ ৪৮টা বছৰে ভ্ৰাম্যমাণত অভিনয় কৰি বহুতো অভিজ্ঞতাৰে পুষ্ট অভিনেতা গৰাকীয়ে আগন্তুক দিনত নাটক লিখা আৰু পৰিচালনাতে ব্যস্ত থাকিব৷উল্লেখ্য যে দুটা নিশাৰ বাবে বৃন্দাবন থিয়েটাৰে বাহাৰঘাটত নাট প্ৰদৰ্শন কৰিব৷পহিলা দিনৰ নাটৰ পিছত আজি দ্বিতীয় নিশা দুটা দৰ্শনীতে বহাগ নাট মঞ্চস্থ কৰিব বুলি থিয়েটাৰ পৰিচালনা সমিতয়ে জানিব দিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শাৰদীয় দুৰ্গোৎসবত ডুগডুগীৰ বিশেষ ৰেহাই অফাৰ।
অসমীয়া গহনা প্ৰতিষ্ঠান ডুগডুগীয়ে শাৰদীয় দুৰ্গোৎসবৰ উপলক্ষে বিশেষ ৰেহাই অফাৰৰ ঘোষনা কৰিছে।
...
બીપીનભાઈ પટેલે કડાણા ડેમની તસ્વીર પોતે એક ડ્રોઈંગ પેપર પર તૈયાર કરી
મહીસાગર જિલ્લામાં આવેલા છાયાણ ગામના વતની બીપીનભાઈ પટેલ એક આર્ટિસ્ટ મહીસાગર જિલ્લામાં આવેલા કડાણા...
જંબુસર ધારાસભ્યશ્રી ડી.કે.સ્વામીની પ્રેરક ઉપસ્થિતિમાં મફત મેગા આયુર્વેદ નિદાન સારવાર કેમ્પ યોજાયો
જંબુસર ધારાસભ્યશ્રી ડી.કે.સ્વામીની પ્રેરક ઉપસ્થિતિમાં મફત મેગા આયુર્વેદ નિદાન સારવાર કેમ્પ યોજાયો
शराब नीति घोटाला: सिसोदिया को झटका, करीबी दिनेश अरोड़ा बनेंगे सरकारी गवाह
स्पेशल सीबीआई जज एमके नागपाल ने आरोपी दिनेश अरोड़ा से पूछा कि क्या कोई दबाव तो नहीं, सीबीआई की...
Tata Chemicals Share Price Fall Reasons | अचानक क्यों ऐसी गिरावट? नहीं आएगी IPO? |Tata Sons IPO News
Tata Chemicals Share Price Fall Reasons | अचानक क्यों ऐसी गिरावट? नहीं आएगी IPO? |Tata Sons IPO News