এইবেলিৰ পৰা ভ্ৰাম্যমাণত অভিনয় নকৰে অভিনেতা ভবেশ বৰুৱাই৷শনিবাৰে বাহাৰঘাটত চলিথকা বৃন্দাবন থিয়েটাৰৰ প্ৰথম নিশাৰ নাট প্ৰদৰ্শনৰ প্ৰাক মুহূৰ্তত সাংবাদিকৰ আগত এইকথা সদৰি কৰে প্ৰবীন অভিনেতা গৰাকীয়ে৷সম্পূৰ্ণ ৪৮টা বছৰে ভ্ৰাম্যমাণত অভিনয় কৰি বহুতো অভিজ্ঞতাৰে পুষ্ট অভিনেতা গৰাকীয়ে আগন্তুক দিনত নাটক লিখা আৰু পৰিচালনাতে ব্যস্ত থাকিব৷উল্লেখ্য যে দুটা নিশাৰ বাবে বৃন্দাবন থিয়েটাৰে বাহাৰঘাটত নাট প্ৰদৰ্শন কৰিব৷পহিলা দিনৰ নাটৰ পিছত আজি দ্বিতীয় নিশা দুটা দৰ্শনীতে বহাগ নাট মঞ্চস্থ কৰিব বুলি থিয়েটাৰ পৰিচালনা সমিতয়ে জানিব দিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
हांकी से पीटकर युवक की हत्या
हांकी से पीटकर युवक की हत्या।
जनपद जौनपुर के तहसील मड़ियाहूं कोतवाली क्षेत्र के रजमलपुर...
ભગવાન કે માણસની જાત એવા પ્રેમની શું કરવી વાત | Vinay Nayak | Divya Chaudhary | #shorts
ભગવાન કે માણસની જાત એવા પ્રેમની શું કરવી વાત | Vinay Nayak | Divya Chaudhary
Lemon Tree Hotels Share News | Motilal Oswal क्यों इतने Bullish है इस Stock पर? | Big Stocks
Lemon Tree Hotels Share News | Motilal Oswal क्यों इतने Bullish है इस Stock पर? | Big Stocks