শংকৰদেৱ শিশু নিকেতন, দেওমৰনৈত প্ৰধান আচাৰ্যৰ অৱসৰকালীন সম্বৰ্দ্ধনা জ্ঞাপন আৰু বঁটা বিতৰণী সভা সম্পন্ন হৈ যায় । উক্ত সভাত বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংৱদ্ধ শিশু শিক্ষা সমিতি, অসমৰ তেজপুৰ বিভাগ আৰু মঙ্গলদৈ সংকুলৰ অন্তৰ্গত শংকৰদেৱ শিশু নিকেতন, ছিপাঝাৰৰ প্ৰধান আচাৰ্য পৱন শৰ্মাক অৱসৰকালীন সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে দেওমৰনৈ সামূহিক স্বাস্থ্য কেন্দ্ৰই যোৱা ৫ ছেপ্টেম্বৰত শিক্ষাৰ্থী সকলৰ মাজত অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ দহগৰাকী শ্ৰেষ্ঠ প্ৰতিযোগীক বঁটা প্ৰদান কৰে । শংকুল প্ৰমুখ প্ৰসন্নজিৎ গোস্বামী আৰু শংকৰদেৱ শিশু নিকেতন, দেওমৰনৈৰ প্ৰধান আচাৰ্য উপেন ডেকাই আঁতধৰা সভাখন সঞ্চালনা কৰে সৰাবাৰী মৌজাৰ মৌজাদাৰ বিনয় কুমাৰ বৰুৱাই। সভাত শিশু শিক্ষা সমিতি, অসমৰ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতী, দেওমৰনৈ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ উপ- অধীক্ষক ডাঃ কমলাকান্ত শৰ্মা প্ৰমুখ্যে শংকৰদেৱ শিশু নিকেতন, মঙলদৈ সংকুলৰ অন্তৰ্গত কেইবাখনো নিকেতনৰ প্ৰধান আচাৰ্যই অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બરવાળા લઠ્ઠાકંડ ના લાબી સત્ય પ્રેસ કોન્ફરન્સ ગુજરાત.ડી.જી.પી આશિષ ભાટીયા ગાંધીનગર #gujarat #police
ગાંધીનગર..આશિષ ભાટિયા ( ગુજરાત.ડીજીપી)ગઈ કાલે બપોરે માહિતી આવી હતી કે અમદાવાદમાં રૂરલ ધંધુકા...
Gadhada|| આધાર નોંધણી કેમ્પ યોજાયો #news #botadnews #botad #brekingnews #gadhada
Gadhada|| આધાર નોંધણી કેમ્પ યોજાયો #news #botadnews #botad #brekingnews #gadhada
ગણેશ ચતુર્થીની ઠેર ઠેર ઉજવણી
#buletinindia #gujarat #jetpur
Uttarkashi Tunnel Rescue: सुरंग की Vertical ड्रिलिंग जारी, शाम 7 बजे तक 19.2 मीटर की खुदाई पूरी
Uttarkashi Tunnel Rescue: सुरंग की Vertical ड्रिलिंग जारी, शाम 7 बजे तक 19.2 मीटर की खुदाई पूरी