অবিভক্ত শিৱসাগৰ জিলাৰ এখন উল্লেখযোগ্য শিক্ষানুষ্ঠান দলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয় । ১৯১৯ চনত স্থাপিত বিদ্যালয় খনে এশটা বৰ্ষ অতিক্ৰম কৰাত শতবৰ্ষ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৪, ৫ আৰু ৬ নৱেম্বৰত । সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি সামৰণি অনুষ্ঠান উদযাপন সমিতিৰ দ্বাৰা ইতিমধ্যে বিভিন্ন কাৰ্যসূচী হাতত লৈছে । ইয়াৰে অংশ হিচাপে আজি বিদ্যালয়ত আয়োজন কৰা হয় আন্ত বিদ্যালয় কুইজ প্ৰতিযোগিতা । এই প্ৰতিযোগিতা পৰিচালনা কৰে শুভ্ৰজ্যোতি শ্যামে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बाल अधिकार सप्ताह के अन्तर्गत जागरूकता कार्यक्रम का हुआ आयो
बाल अधिकार सप्ताह अंतर्गत जिला प्रशासन, बाल अधिकारिता विभाग, एक्शन एड-यूनिसेफ व चाईल्ड लाईन के...
અનડિકેટ ગુનો શોધી કાઢતી લોકલ ક્રાઇમ બ્રાન્ચ ખેડા-નડીયાદ.
નડિયાદ પશ્ચિમ પોલીસ સ્ટેશનના ચેઇન સ્નેચીગના ગુનામાં વપરાયેલ મોટર સાયકલ તથા ચેઇન સાથે એક ઇસમને...
અમદાવાદ : #sms ન્યૂઝનો સંવાદ, નરોડા માં વિપક્ષમાં ઉભેલા કયા ઉમેદવાર ને મળી ધમકી, આક્ષેપ અને ખુલાસો
અમદાવાદ : #sms ન્યૂઝનો સંવાદ, નરોડા માં વિપક્ષમાં ઉભેલા કયા ઉમેદવાર ને મળી ધમકી, આક્ષેપ અને ખુલાસો