টিংখাঙৰ কেন্দুগুৰি গাওঁ পঞ্চায়ত ৰ্কায্যালয়ত ৭৫ তম স্বাধীনতা দিৱসৰ ,আজাদী কা অমৃত মহোৎসৱ , হৰঘৰ ত্ৰিৰংগা ওপৰত এখনি বিশেষ গাওঁসভা অনুষ্ঠিত কৰা হয় । সভাত সভাপতিত্ব কৰে কেন্দুগুৰি পঞ্চায়তৰ সভানেটি পবিত্রা সিং বকলিয়ালে। এই সভাত কেন্দুগুৰি গাওঁ পঞ্চায়তৰ জীৱিকা সখী নিবেদিতা কোচঁ,পশুসখী অনিতা কোচঁ ও গাওঁ পঞ্চায়তৰ উপসভাপতি আগ্নেচ লাক্ৰা, ৱাৰ্ডসদস্য/সদস্যা ৰুবী বকলিয়াল , চান্দা জয়ছোৱাল , প্ৰসেনজিত মেছ , দিল তামাং ,বিনোদ তামাং লগতে পঞ্চায়তৰ ৰ্কমচাৰী সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
First Dr.B.C.Gogoi Memorial Oration held in AMCH
First Dr. B.C.Gogoi Memorial Oration organized by the Department of Pathology,AMCH
As...
ધારીમા દામાણી હાઈસ્કૂલમાં ગ્રાહક સુરક્ષા ની મિટિંગ નુ આયોજન
ધારીમા દામાણી હાઈસ્કૂલમાં ગ્રાહક સુરક્ષા ની મિટિંગ નુ આયોજન
केंद्रीय पथकाकडून सिरोंचा तालुक्यातील पुरबाधीत क्षेत्राची पाहणी
केंद्रीय पथकाकडून सिरोंचा तालुक्यात पूरबाधित भागाची पाहणी
जिल्हास्तरावरही संबंधित अधिकाऱ्यांकडून...
হোজাই হাতীৰ বিচৰণ
হোজাইত পুৱাই বনৰীয়া হাতীৰ মুক্ত বিচৰন।থেপেলাগুৰি অঞ্চলৰ মূল পথত দুঘণ্টাতকৈ অধিক বনৰীয়া হাতীয়ে...
Realme GT 7 Pro लॉन्च: पानी में भी क्लिक करेगा फोटो; Qualcomm के पावरफुल प्रोसेसर से लैस
Realme GT 7 Pro Launched रियलमी ने भारत में अपने लेटेस्ट Realme GT 7 Pro स्मार्टफोन को लॉन्च कर...