ঘোঁৰা গাড়ীৰে ৰোগীক নিয়া হৈছে চিকিৎসালয়লৈ : কেতিয়া সলনি হব মাজুলীৰ যাতায়ত ব্যৱস্থা : নাযায় ১০৮

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

মাজুলীত পুনৰ মৰ্মান্তিক দৃশ্য

ঘোঁৰা গাড়ীত উঠাই ৰোগীক নিয়া হৈছে চিকিৎসালয়লৈ

বিধ্বস্ত পথ,নাযায় এম্বুলেন্স

বোকা-পানীৰ মাজেৰে লৈ যোৱা হৈছে ৰোগীক

ঘোঁৰা গাড়ীৰ ওপৰত ৰোগীৰ চিৎকাৰ

এই ঘটনা সংঘটিত হৈছে নতুনকৈ মাজুলী জিলাত অন্তৰ্ভুক্ত হোৱা লুইত খাবলুৰ নামনি কুলামুৱাত

উপায়ন্তৰ ৰাইজে পুমী পাতিৰ(৫০)নামৰ গুৰুতৰ ভাৱে অসুস্থ জন্দিজ ৰোগী গৰাকীক মাজুলী জিলা চিকিৎসালয়লৈ লৈ যোৱাৰ এয়া এক জীয়া ছবি

বিধ্বস্ত পথৰ বাবে ৬কিলোমিটাৰ অহাৰ পাছত ঘোঁৰা গাড়ীও নগ'ল আগলৈ

যাৰ গঞাই ঘৰুৱা চিকিৎসাৰ বাবে পুনৰ ওভতাই নিলে ৰোগী গৰাকীক

সৌ সিদিনালৈকে বিধায়ক মানৱ ডেকাৰ সমষ্টিত সোমাই থকা এই বৃহত্তৰ লুইত খাবলু অঞ্চলত এটাও পকী পথ নাই,যিকেইটা আছে তাৰো তথৈবচ অৱস্থা

বঞ্চিত ৰাইজে আজি ক্ষোভ উজাৰিছে জন প্ৰতিনিধি আৰু জিলা প্ৰশাসনক