গোলাঘাটত অব্যাহত আছে ড্ৰাগছৰ অবৈধ বেহা৷ গোলাঘাটৰ নৰাগাঁও মুক্তিধামত ড্ৰাগছসহ আটক এজন৷ আটক হোৱা ব্যক্তিগৰাকীৰ নাম বাবু দাস৷

গোলাঘাট আাক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বাবু দাসৰ ঘৰৰ পৰা ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি পূৰ্বতেও ড্ৰাগছৰ বেহাৰ লগত জড়িত আছিল৷ গোলাঘাটত এতিয়াও অব্যাহত আছে অবৈধ ড্ৰাগছৰ মুকলি