RIDF শিতানৰ অধীনত ৰঙামাটিৰ পৰা কুৰুৱা ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ ওপৰত কালি আঠ কি:মি পথৰ শুভাৰম্ভণি কৰা হয়। ইতিমধ্যে কিছুদিন পূৰ্বে অন্য চাৰি কিঃমিঃ পথৰো শুভাৰম্ভণি কৰা হৈছিল গৰুখুটিত আৰু আজি হাজৰিকা পাৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত কছাৰীঝাৰৰ ঐতিহ্যমণ্ডিত কাপোৰপুৰী থানৰ সমীপত কছাৰীঝাৰৰ পৰা কুৰুৱা-ৰঙামাটি সংযোগী মথাউৰি RIDF Scheme ৰ অধীনত ৮ কিঃমিঃ পথ শুভাৰম্ভণি কৰা হয় । স্থানীয় ৰাইজৰ সৈতে সভাত অংশগ্ৰহণ কৰে বিধায়কগৰাকীয়ে । ৰাইজৰ সৈতে মত-বিনিময় কৰা হয় । বিভাগীয় ঠিকাদাৰ তথা বিভাগীয় অভিযন্তা, বিষয়া সকলক এই সভাৰ জৰিয়তে মথাউৰিৰ ওপৰত পথ নিৰ্মাণৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ ব্যাঘাত নহয় আৰু ইয়াত যাতে উন্নত মানদণ্ডৰ পথ নিৰ্মাণ হয় তাৰ বাবে আহ্বান জনাই বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে। স্থানীয় জনগণক সহায়-সহযোগিতা কৰিবৰ বাবে অনুৰোধ জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সৰ্বভাৰতীয় প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰৰ ভাষ্য সফলতা লাভত দৰিদ্ৰতা হেঙাৰ হৈ থিয় দিব নেকি
সৰ্বভাৰতীয় প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰৰ ভাষ্য সফলতা লাভত দৰিদ্ৰতা হেঙাৰ হৈ থিয় দিব নেকি
राजकारणाच्या मैदानात उदय सामतांचे बंधु किरण सामंत एंट्री करनार?
रत्नागिरी : उद्योग मंत्री उदय सामंत यांचे बंधू किरण सामंत यांची राजकारणात एंट्री करण्याची शक्यता...
ડિસા: પંજાબ ના મુખ્યમંત્રી ભાગવત માનનો વિશાળ રોડ શો
ડીસા ખાતે પંજાબના મુખ્યમંત્રી ભાગવત માનનો વિશાળ રોડ શો યોજાયો...
આમ આદમી પાર્ટીના...
ડીસામાં ટ્રાફીક સપ્તાહની ઉજવણી કરાઇ
બનાસકાંઠાના ડીસામાં ટ્રાફિક સપ્તાહની ઉજવણી અંતર્ગત આજે ટ્રાફિક પોલીસ દ્વારા જાગૃતિ રેલીનું આયોજન...
अवैध दारुची पार्सल घेऊन जाणाऱ्या एका आरोपीवर गोरेगाव पोलीसांचा छापा.31 हजारांचा मुद्देमाल जप्त.
अवैध देशी दारुची वाहतूक करणाऱ्या एका आरोपींवर गोरेगाव पोलीसांनी पळशी फाटा छापा टाकून अवैध देशी...