অসম বিধানসভাৰ সৰ্বদলীয় ৰাজহুৱা হিচাপ পৰীক্ষক সমিতিৰ ১১ জনীয়া এটা দলে যোৰহাট জিলাত আজি উপস্থিত হৈ জিলাখনত চৰকাৰী আঁচনিৰ দ্বাৰা কৰা উন্নয়নমূলক কাম কাজৰ বুজ লয়৷ দলটোৱে জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন, জিলা পৰিষদৰ মুখ্য কাৰ্যৱাহী বিষয়া প্ৰনব কুমাৰ বৰা, জিলা পৰিষদৰ সভাপতি ৰঞ্জন শইকীয়াৰ লগতে জিলা পৰিষদ আৰু পঞ্চায়তৰ প্ৰতিনিধি, জিলা প্ৰশাসনৰ অন্যান্য বিষয়া আৰু বিভাগীয় মুৰব্বী বিষয়াসকলৰ উপস্থিতিত নিমাতী, পটিয়া ফকলা, তিতাবৰ আদি বিভিন্ন স্থানত উপস্থিত হৈ বিভিন্ন আঁচনিৰ কাম কাজ সমূহ পৰ্যবেক্ষণ কৰে৷ ৱাজেদ আলি চৌধুৰীৰ নেতৃত্বত অহা সমিতিৰ সদস্য তথা বিধায়কৰ দলটোত আজি ক্ৰমে ৰমেন্দ্ৰ নাৰায়ন কলিতা, বসন্ত দাস, হাফিজ বশিৰ আহমেদ, ভৱেন্দ্ৰ নাথ ভঁৰালী, উৎপল বৰা, কমলাক্ষ দে' পুৰকায়স্থ, কৰিমউদ্দিন বৰভূঁঞা, গোৱিন্দ্ৰ চন্দ্ৰ বসুমতাৰী, চক্ৰধৰ গগৈ আৰু কৌশিক ৰায় যোৰহাটত উপস্থিত হয়৷ দলটোৱে আজি জলসম্পদ, জনস্বাস্থ্য কাৰিকৰী, লোকনিৰ্মাণ, শিক্ষা, কৃষি, সীমান্ত সুৰক্ষা উন্নয়ন, স্বাস্থ্য, সমাজ কল্যাণ, খাদ্য আৰু অসামৰিক যোগান আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ লগতে জিলা পৰিষদৰ অধীনত চলি থকা উন্নয়নমূলক কাম কাজ সমূহৰো পৰ্যবেক্ষণ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सर्दी में मूंगफली ज़रूर खाएं मगर ज़रा संभल कर | मूंगफली खाने के फायदे | Peanut Benefits
सर्दी में मूंगफली ज़रूर खाएं मगर ज़रा संभल कर | मूंगफली खाने के फायदे | Peanut Benefits
પ્રાંતિજ ખાતે મંત્રી શ્રી ગજેન્દ્રસિંહ પરમાર ની ઉપસ્થિતિમાં પર્યાવરણ સંવાદ યોજાયો
ગ્લોબલ વોર્મિંગની સમસ્યા ના ઉકેલ માટે વૃક્ષો વાવી તેનું જતન કરવું જોઇએ
પ્રાંતિજ ખાતે મંત્રી શ્રી ગજેન્દ્રસિંહ પરમાર ની ઉપસ્થિતિમાં પર્યાવરણ સંવાદ યોજાયો
ગ્લોબલ...
होटल वेलकम एन.एच.52 मे सदिग्ध गतिविधियो मे लिप्त 14 व्यक्ति गिरफ्तार
जिला पुलिस अधीक्षक बून्दी, राजेन्द्र कुमार मीणा आईपीएस द्वारा जिला बून्दी में अवैध एंव...
ಬೆಂಗಳೂರಿನ ಲಿಡ್ಕರ್ ಭವನದಲ್ಲಿ 'ಜೈಭೀಮ್ ಅಖಿಲ ಭಾರತ ದಲಿತ ಕ್ರಿಯಾ ಸಮಿತಿಯ 9ನೇ ವರ್ಷದ ವಾರ್ಷಿಕೋತ್ಸವ' ಸಮಾರಂಭ ನಡೆಯಿತು.
ನವೆಂಬರ್ 26, 2024
ಬೆಂಗಳೂರಿನ ಲಿಡ್ಕರ್ ಭವನದಲ್ಲಿ ಜೈಭೀಮ್ ಅಖಿಲ ಭಾರತ ದಲಿತ ಕ್ರಿಯಾ ಸಮಿತಿಯ 9ನೇ...
ৰে'লৱে কাৰখানা সমূহ ব্যক্তিগতকৰণৰ তীব্ৰ প্ৰতিবাদ-বঙাইগাওঁ - ডিব্ৰুগড়ত এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ প্ৰতিবাদী সভা
ৰে'লৱে কাৰখানা সমূহ এটা এটাকৈ পুজিঁপতিৰ হাতত বিক্ৰী কৰিবলৈ ওলোৱা কাৰ্যক অল ইণ্ডিয়া ৰে'লৱে মেনচ...