বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড• অমিয় কুমাৰ ভূঞাই ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ ২০১৭-১৮ বৰ্ষৰ পূজিৰে নিৰ্মাণ কৰা বিহপুৰীয়া বঙালী গাঁওৰ কালী মন্দিৰ উদ্ধোধন কৰে। বিধায়কগৰাকীক সং দিয়ে ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ উপ মুখ্য কাৰ্য্যবাহী সদস্য কেশৰাম বৰাই।