কেৱল নিৰ্বাচনৰ সময়তহে চৰকাৰৰ মনত পৰে নেকি ৰাজ্যৰ চাহ জনগোষ্ঠীৰ লোকসকললৈ ৷আজিও বহু চাহ জনজাতি লোকসকলৰ চিকিৎসা সেৱা ব্যৱস্থা অতিকৈ পুতৌ লগা।ৰাষ্ট্ৰপতি গৰাকী অসমলৈ অহা দিনাই অসম চাহ নিগমৰ অধীনৰ এখন চাহ বাগিছাৰ চিকিৎসালয়ৰ স্বাস্থ্য সেৱাৰ পয়ালগা ছৱিখন দেখুৱাব বিছাৰিছো। কাগজে পত্ৰ সকলো আছে কিন্তু বাস্তৱত সকলো শূণ্য। নাই চিকিৎসক,নাই নাৰ্চ,ঔষধো পাবলৈ নাই চিকিৎসালয়খনত। অৱসৰ গ্ৰহণ কৰা এজন স্বাস্থ্য কৰ্মী আৰু ড্ৰেচাৰে চলে চিকিৎসালয় ৷ কিন্তু ক’ত আছে এই চিকিৎসালয়খন চাঁও আহক আমাৰ এক বিশেষ প্ৰতিবেদনত
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  राहुल गांधी के करीबी इस कांग्रेस नेता ने क्यों कि मोदी सरकार के बजट की तारीफ 
 
                      केंद्रीय वित्त मंत्री निर्मला सीतारमण ने मंगलवार को बजट पेश करते समय कई योजनाओं की शुरुआत की।...
                  
   ગરબાડા નગર સહિત પંથકમાં જન્માષ્ટમી પર્વની હર્ષોલ્લાસ સાથે ઉજવણી કરવામાં આવી, ભગવાન શ્રીકૃષ્ણના જન્મોત્સવ બાદ નગરમાં ઠેર ઠેર મટકીઓ ફોડવામાં આવી 
 
                      ગરબાડામાં જન્માષ્ટમી પર્વની હર્ષોલ્લાસ સાથે ઉજવણી કરવામાં આવી, નગરમાં ઠેર ઠેર મટકી ફોડવામા આવી....
                  
   iOS 17.4 Update: स्टोलन डिवाइस प्रोटेक्शन से लेकर बैटरी हेल्थ तक, कई खास फीचर्स के साथ आएगा नया अपडेट 
 
                      Apple अपने iPhone यूजर्स के लिए जल्द ही iOS 17.4 अपडेट को लाने की तैयारी में है। इस अपडेट के साथ...
                  
   মৰাণৰ মাজমজিয়াৰ দোকানৰ পৰা চুৰে সামগ্ৰী লৈ যোৱাৰ পাছতে নিশা মৰাণ থানাত এজাহাৰ দোকানৰ গৰাকীৰ। 
 
                      ডিব্ৰুগড় জিলাৰ  মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ  জাম্মা মছজিদৰ  সমীপত থকা মহম্মদ...
                  
   
  
  
   
  
  