কেৱল নিৰ্বাচনৰ সময়তহে চৰকাৰৰ মনত পৰে নেকি ৰাজ্যৰ চাহ জনগোষ্ঠীৰ লোকসকললৈ ৷আজিও বহু চাহ জনজাতি লোকসকলৰ চিকিৎসা সেৱা ব্যৱস্থা অতিকৈ পুতৌ লগা।ৰাষ্ট্ৰপতি গৰাকী অসমলৈ অহা দিনাই অসম চাহ নিগমৰ অধীনৰ এখন চাহ বাগিছাৰ চিকিৎসালয়ৰ স্বাস্থ্য সেৱাৰ পয়ালগা ছৱিখন দেখুৱাব বিছাৰিছো। কাগজে পত্ৰ সকলো আছে কিন্তু বাস্তৱত সকলো শূণ্য। নাই চিকিৎসক,নাই নাৰ্চ,ঔষধো পাবলৈ নাই চিকিৎসালয়খনত। অৱসৰ গ্ৰহণ কৰা এজন স্বাস্থ্য কৰ্মী আৰু ড্ৰেচাৰে চলে চিকিৎসালয় ৷ কিন্তু ক’ত আছে এই চিকিৎসালয়খন চাঁও আহক আমাৰ এক বিশেষ প্ৰতিবেদনত
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অসমৰ বিশিষ্ট অভিনেতা প্ৰানজিত দাসৰ দেহাৱসান
অসম মঞ্চ তথা বোলছবি জগতৰ বলিষ্ঠ অভিনেতা প্ৰানজিত দাসৰ আজি পূৱাই মৃত্যুৰ বাতৰি পোৱাৰ পিচতে...
आज आधी रात के बाद भारत में बदल जाएगी इंटरनेट-ब्रॉडबैंड की दुनिया! ISRO SpaceX के साथ लांच कर रहा GSAT-N2
पूर्वोत्तर से लेकर लक्षद्वीप तक संपूर्ण भारतीय भू-भाग को तीव्र ब्रॉडबैंड सेवाओं से जोड़ने और...
Editor's Take: बाजार ऊपर लेकिन अनुमान के मुताबिक नहीं, ऐसे में Nifty-Nifty Bank पर ये रखें Strategy
Editor's Take: बाजार ऊपर लेकिन अनुमान के मुताबिक नहीं, ऐसे में Nifty-Nifty Bank पर ये रखें Strategy
Simandhar Education launches Future of Jobs in Finance in the AI World.
Simandhar Education launches Future of Jobs in Finance in the AI World.