ৰাজ্যৰ খাদ্যবস্তুকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধি ৰোধত চুড়ান্তভাৱে ব্যৰ্থতা আৰু জনসাধাৰণৰক অতিৰিক্ত সম্পত্তিৰ কৰ জাপি দিয়াক লৈ আছুৰ প্ৰতিবাদ ৷ আছুৰ গোলাঘাট জিলা সমিতিয়ে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ যোগান বিভাগ হয় হায়, ৰাজ্য চৰকাৰ হুছিয়াৰ আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷ আছুৰ অভিযোগ অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যৰোধত ব্যৰ্থ হোৱা যোগানমন্ত্ৰীৰ পদত্যাগৰ দাবী জনাইছে