অত্যাধিক কৰ সংগ্ৰহৰ বিৰুদ্ধে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । এই লৈ মাজুলীৰ কমলাবাৰী চাৰিআলীত মাজুলী জিলা ছাত্ৰ সন্থাৰ কৰ্মীসকলে বিক্ষোভ কাৰ্য্যসূচীৰ ৰূপায়ন কৰে ! যোগান বিভাগ হায় হায়, অসম চৰকাৰ হুচিয়াৰ আদি শ্ল'গান দিয়ে ! এই বিক্ষোপ কাৰ্য্যসূচীত মাজুলীৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদককে আদি কৰি মাজুলী জিলা ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে সহযোগ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મતદાન કેમ કરવું જોઈએ????? જોવો 👇👇👇
દોસ્તો મિત્રો વડીલો માતાઓ બહેનો
5 તારીક ડિસેમ્બર 2022 નો દિવસ એ લોકશાહી નો પર્વ છે...
ৰঙাপৰা মহাবিদ্যালয়ৰ ছাত্ৰ শুভাংকৰ দে ক ৰাষ্ট্ৰপতি বঁটাৰ বাবে মনোনীত
শোনিতপুৰ জিলাৰ ভালুকপুং পৰা সামৰি একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ৰঙাপৰা মহাবিদ্যালয়লৈ...
Imported Electric Vehicles पर कस्टम ड्यूटी घटाएगी सरकार? Piyush Goel ने किया Tesla के मैन्युफैक्चरिंग प्लांट का दौरा
दुनिया की सबसे बड़ी इलेक्ट्रिक कार निर्माता Tesla भारतीय बाजार में अपना कारोबार शुरू करना चाहती...
গোলাঘাটৰ থুৰামুখত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তিৰ নান্দনিক দৃশ্য
গোলাঘাটৰ থুৰামুখত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তিৰ নান্দনিক দৃশ্য।দৈনিক...