আজাদী কা অমৃত মহোৎসৱ উপলক্ষে খাৰুপেটীয়া ৰামকৃষ্ণ সেৱাশ্ৰমত আজি অনুষ্ঠিত হয় যুৱ সন্মিলন৷ পুৱা স্বামী বিবেকানন্দৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে গুৱাহাটী ৰামকৃষ্ণ মিছনৰ স্বামী বিক্ৰমানন্দজী মহাৰাজ৷ অনুষ্ঠানত দৰং জিলাৰ উপায়ুক্ত প্ৰনৱ কুমাৰ বৰ্মণ উপস্থিত থাকে৷ স্বামী বিবেকানন্দৰ ওপৰত বক্তব্য প্ৰদান কৰে ড° পৰিমল দত্ত, ড° অগ্নিৰস আৰু ছাত্ৰ ছাত্ৰীসকলে৷ দেশভক্তিমূলক গীতৰ আধাৰত মনোমোহা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પ્રધાનમંત્રી નરેન્દ્ર મોદીએ શરૂ કરી 5G સેવા
#buletinindia #india #pmmodi #pmoindia
ঘিলাধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিভিন্ন অভাৱ সন্দৰ্ভত অধ্যক্ষা পাৰিজাত শইকীয়াৰ সাক্ষাৎ
ঘিলাধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিভিন্ন অভাৱ সন্দভ অধ্যক্ষা পাৰিজাত শইকীয়াৰ সাক্ষাৎ
Hyundai Venue का S Plus वेरिएंट लॉन्च; इलेक्ट्रिक सनरूफ के साथ मिलेंगे 6 एयरबैग, कीमत सिर्फ 9.36 लाख
हुंडई ने वेन्यू का नया वेरिएंट S Plus लेकर आई है। जिसमें इलेक्ट्रिक सनरूफ के साथ ही कई बेहतरीन...
नूपुर शर्मा के बाद तेलंगाना विधायक राजा सिँह की विकेट गिरी
बीजेपी के टी राजा को धर्म विशेष के खिलाफ बयानबाजी के चलते सस्पेंड किया गया.
पैगंबर के प्रति...
Royal Enfield Guerrilla 450 vs Husqvarna Svartpilen 401: फीचर्स और कीमत के मामले में कौन बेहतर?
Royal Enfield Guerrilla 450 की शुरुआती कीमत 2.39 लाख रुपये है। वहीं Husqvarna Svartpilen 401 की...