হৰদত্ত-বীৰদত্ত ক্ৰীড়া সংঘৰ উদ্যোগত আৰু বেজেৰা কেন্দ্ৰীয় য়ুৱক সংঘৰ সহযোগত পঞ্চম বাৰ্ষিক "চি. এম. ছেম্পিয়নছ ট্ৰফীৰ" ৪ৰ্থ কোৱাৰ্টাৰ ফাইনেল খেলখন আজি ১২ অক্টোবৰ তাৰিখে বেজেৰা মিনি ষ্টেডিয়াম ত ফেৰেংগা ফুটবল ক্লাৱ (চিৰাং) বনাম বৰ্ণিহাট ফুটবল ক্লাৱ (মেঘালয়) ৰ মাজত অনুষ্ঠিত হৈ যায় ৷ বিয়লি প্ৰায় ৩ বজাত অনুষ্ঠিত উক্ত খেলখন শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী বিশেষ কৰ্তব্যৰত বিষয়া (OSD) হেমন্ত চৌধুৰীয়ে ৷ খেলখনত উপস্থিত থাকে হৰদত্ত-বীৰদত্ত ক্ৰীড়া সংঘৰ সভাপতি,ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক প্ৰাণজিৎ ডেকা,ভাৰতীয় জনতা পাৰ্টী বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকা,বেজেৰা জিলা পৰিষদৰ সদস্য অনিলৰাজ ডেকা আৰু বেজেৰা গাঁৱৰ গাঁওপ্ৰধান দণ্ডধৰ ভূঞা ৷ বুধবাৰৰ চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেল খেলত চিৰাঙৰ ফেৰেংগা ফুটবল দলে মেঘালয় বৰ্ণিহাট ফুটবলক দলক ৪-১ গলৰ ব্যৱধানত পৰাভূত কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ಬೆಂಗಳೂರಿನ ಅರಮನೆ ಮೈದಾನದ ಪ್ರಿನ್ಸೆಸ್ ಶ್ರೇನ್ ಸಭಾಂಗಣದಲ್ಲಿ ಏಪ್ರಿಲ್ 4ರಂದು ಕರ್ನಾಟಕ ರಾಜ್ಯ ಸರ್ಕಾರಿ ನಿವೃತ್ತ ನೌಕರರ ಸಂಘದ ವತಿಯಿಂದ "ರಾಜ್ಯ ಮಟ್ಟದ ಕಾರ್ಯಾಗಾರ ಹಾಗೂ ಬೃಹತ್ ಸಮಾವೇಶ" ನಡೆಯಲಿದೆ.
ಬೆಂಗಳೂರು, ಮಾರ್ಚ್ 15, 2025
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ 'ಕರ್ನಾಟಕ ರಾಜ್ಯ ಸರ್ಕಾರಿ ನಿವೃತ್ತ ನೌಕರರ...
Sultanpur Encounter News: अनुज प्रताप सिंह के एनकाउंटर पर CM का बड़ा बयान | Aaj Tak
Sultanpur Encounter News: अनुज प्रताप सिंह के एनकाउंटर पर CM का बड़ा बयान | Aaj Tak
আছুৱে তিনিদিনৰ সময় বান্ধি দিলে মৰাণ অইলক। বিদ্যালয়ৰ স্কুল বাছ বন্ধ কৰা কাৰ্যক লৈ ক্ষোভ প্ৰকাশ আছুৰ
১৯৯০ চনতে অইল ইণ্ডিয়া লিমিটেডে সামাজিক দায়বদ্ধতাৰ আঁচনিৰ অধীনত মৰাণত স্থাপন কৰা অঞ্চলটোৰ গুণগত...
ડેડીયાપાડા ના સમોટ ગામેથી પાન પડીકીની દુકાનમાંથી ઇંગ્લિશ દારૂની વિસ્કી ની બોટલો કબજે કરતી ડેડીયાપાડા પોલીસ
ડેડીયાપાડા ના સમોટ ગામેથી પાન પડીકીની દુકાનમાંથી ઇંગ્લિશ દારૂની વિસ્કી ની બોટલો કબજે કરતી...