আমগুৰিৰ আশে পাশে চুৰি হোৱা দুখন বাইক উদ্ধাৰ কৰি আজি বাইক দুখন আমগুৰিৰ আৰক্ষীয়ে গৰাকীক গতাই দিয়ে।আৰক্ষীৰ এই সফলতাত সকলোৱে সন্তষ্টি প্ৰকাশ কৰিছে।উল্লেখ্য যে আমগুৰি আৰক্ষীয়ে বাইক চুৰৰ লগত জড়িত কেইবাজনো লোকক আটক কৰিবলৈ সক্ষম হৈছিল।দীৰ্ঘদিন ধৰি বৃহত্তৰ আমগুৰি অঞ্চলৰ বিভিন্ন প্ৰান্তৰত বাইক চুৰে আতংকৰ সৃষ্টি কৰি আহিছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Diabetes होने से पहले लोगों को होती है Pre Diabetes, जानें इसके लक्षण | Sehat ep 456
Diabetes होने से पहले लोगों को होती है Pre Diabetes, जानें इसके लक्षण | Sehat ep 456
लोकसभा अध्यक्ष ओम बिरला के बूंदी कोटा दौरे को लेकर शनिवार को यह रहेगी यातायात व्यवस्था
लोकसभा अध्यक्ष नई दिल्ली ओम बिरला, का शनिवार को सडक मार्ग द्वारा यात्रा कार्यक्रम प्रस्तावित हैं।...
मुख्यमंत्री थांबले अन् पोलिसांचाही जीव भांड्यात पडला, नेमकं काय झालं? Shinde vs Aaditya Thackeray
मुख्यमंत्री थांबले अन् पोलिसांचाही जीव भांड्यात पडला, नेमकं काय झालं? Shinde vs Aaditya Thackeray
লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ ৭২সংখ্যক পুণ্যতিথি উপলক্ষে আজি নৱগ্ৰহস্থিত তেখেতৰ সমাধিস্থলত বৰেণ্য সত্তাগৰাকীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
অনুষ্ঠানত উপস্থিত থাকি তেওঁ কয়, ভাৰত ৰত্ন গোপীনাথ বৰদলৈদেৱৰ ওচৰত অসম চিৰ ঋণী। তেখেতৰ...