মাজুলীৰ ধুনাগুৰি ফেৰী ঘাটত উত্তপ্ত পৰিস্থিতি . 

লেচি আৰু কংকুৰবাসীৰ মাজত হুলস্থূলীয়া পৰিস্থিতি 

কংকুৰচুকৰ দুগৰাকী ৰোগী আৰু পৰীক্ষাৰ্থীক  ঘাটতে লেচিয়ে এৰি থৈ যোৱাক লৈ কংকুৰচুকৰ ৰাইজে আৱদ্ধ ককি ৰাখে ফেৰিখন . 

ঘটনাৰ খবৰ পাই মাজুলী গড়মুৰৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনোদ কলিতা আৰু বালিচাপৰি আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি দুইপক্ষৰ মাজত আলোচনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।