◼️গহপুৰ চহৰৰ মাজমজিয়াত..... 

▶️দ্বীপন দিহিঙীয়া, লক্ষেশ্বৰ দিহিঙীয়া, তিলক দিহিঙীয়া, পল্লৱী দিহিঙীয়া, ৰুপা দিহিঙীয়া, তিলেশ্বৰী বৰা, শোণিত জ্যোতি বৰা, বিশ্বজিৎ গগৈ, যশোদা কোঞৰ, নগেন কোঞৰ, কেটেপ গগৈকে ধৰি তিনি নং ৱাৰ্ডৰ চতিয়া চুকৰ একাংশ মানুহৰ ঘৰৰ মাজেৰে বৈছে কুকুৰজান নৈ....

▶️ কুকুৰজান-চত্ৰং নৈৰ ভগ্ন মথাউৰি নিৰ্মাণ নকৰাৰ পৰণতি...