নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বুৰবুৰী উপস্বাস্থ্যকেন্দ্ৰৰ অৱস্থাই সচেতন ৰাইজৰ চকু কপালত উঠাইছে৷দীৰ্ঘবছৰ ধৰি উপস্বাস্থ্যকেন্দ্ৰটোৰ গৃহটোৰ কোনো মেৰামতি কৰা হোৱা নাই৷যাৰফলত কেন্দ্ৰটোৰ গৃহৰ দৰ্জা খিৰিকি বোৰ ভাঙি পুতৌজনক হৈ পৰাৰ লগতে গৃহটোৰ মজিয়াৰ পকী উখহি চকলাচকল এৰি যোৱাৰ ফলত কদৰ্য্যময় পৰিবেশৰ সৃষ্টি হৈছে৷বৰ্তমান চৰকাৰে স্বাস্থ্য খণ্ডত ব্যাপক পৰিবৰ্তন সাধন কৰা বুলি সভাইসমিতিয়ে ঢাকঢোল বজালেও প্ৰকৃত উন্নয়নৰ ছবি উক্ত কেন্দ্ৰটোত স্পষ্ট হৈ পৰিছে৷ভূক্তভোগি ৰাইজে শিঘ্ৰে কেন্দ্ৰটোৰ আন্তঃগাঁথনি মজবুত কৰাৰ লগতে গৃহটো মেৰামতি কৰাৰ বাবে চৰকাৰ তথা জনপ্ৰতিনিধিক দাবী জনাইছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
हरियाणा में कांग्रेस आज मेनिफेस्टो जारी करेगी:पहले फेज में 15 गारंटिया शामिल
हरियाणा विधानसभा चुनाव के लिए कांग्रेस आज अपना घोषणा पत्र दिल्ली से जारी करेगी। इसको लेकर ऑल...
July 2024 में खरीदनी है MG की कार, जानें किस गाड़ी पर करना होगा कितना इंतजार
ब्रिटिश वाहन निर्माता JSW MG मोटर्स की ओर से भारतीय बाजार में कई बेहतरीन कार और एसयूवी सेगमेंट के...
लोहगाव येथील एका युवाकाची गळफास घेऊनलोहगाव येथील एका युवाकाची गळफास घेऊन आत्महत्या,,,
लोहगाव येथील एका युवाकाची गळफास घेऊनलोहगाव येथील एका युवाकाची गळफास घेऊन आत्महत्या,,,
.... आणि परिस्थिती माणसाला भाग पडते, डोळयांतून पाणी आणणारी घटना, पाहा व्हिडिओ । Viral Video
.... आणि परिस्थिती माणसाला भाग पडते, डोळयांतून पाणी आणणारी घटना, पाहा व्हिडिओ । Viral Video
દાહોદ જિલ્લાના લીમખેડામા હીટ એન્ડ રનની ઘટના બની
દાહોદ જિલ્લાના લીમખેડામા હીટ અન્ડ રનની ઘટના બની છે. લીમખેડા સર્કીટ હાઉસ નજીક હાઈવે પર ગત રાત્રીના...