আজি তেজস্বীতাৰ মৃত্যুৰ প্ৰশাসনীয় তদন্তৰ ৰাজহুৱা সাক্ষী গ্ৰহণৰ অন্তিম দিন আছিল। কিন্তু লক্ষণীয় যে সাক্ষী দিবলৈ আগবাঢ়ি নাহিল এজনো ব্যক্তি।