বিজেপিৰ নবনির্মিত ৰাজ্যিক কাৰ্যালয়ৰ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিৰূপ মন্তব্য কৰা পিছত গোলাঘাটত ৰাজ্যিক বিজেপিৰ মিডিয়া পেনেলিষ্ট তথা বিশিষ্ট অধিবক্তা জয়ন্ত কুমাৰ গোস্বামীয়ে ভূপেন বৰালৈ জনালে তীব্ৰ প্ৰত্যাহ্বান