টিংখাং মহাবিদ্যালয় সোণালী জয়ন্তী সমাৰোহ উপলক্ষে টিংখাং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰিব ভাওনা । গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা নাট প্ৰদৰ্শন কৰাৰ বাবে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে সোমবাৰে মুকলি কৰে নাট। মহাবিদ্যালয় প্ৰেক্ষাগৃহত এতিয়া "ৰাম পৰাজয় সীতা পাতল গমন" নাটখনি আখৰা চলিছে।