যি কোনো মূৰ্হুতত বন্ধ হব নিমাতী-মাজুলী ফেৰী সেৱা : চাৰিচুকীয়া বাহনৰ চলাচল বন্ধ
যি কোনো মূৰ্হুতত বন্ধ হব নিমাতী-মাজুলী ফেৰী সেৱা
বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ
কমলাবাৰী ঘাটতো ডুব গৈছে ৰেম্প
যোৱা কালি নিমাতী ঘাটত ডুব গৈছিল ৰেম্প
চাৰিচুকিয়া বাহন পাৰাপাৰত বাধা জিলা প্ৰশাসনৰ
পুৱাৰ ভাগত কোনো মতে এখন ফেৰী চলালচল। কেৱল যাত্ৰী আৰু বাইক কঢ়িয়াই নিচে ফেৰী খনে। আহিনৰ বানত ডুব গৈছে ফেৰী ঘাট ।