সদৌ অসম চাহ জনজাতি জাগৰণ সন্থা (চমুকৈ আটজা) কেন্দ্ৰীয় সমিতি আৰু চৰাইদেউ জিলা সমিতিৰ ফালৰ পৰা শ্ৰমিকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি চৰাইদেউ জিলাৰ উপায়ুক্তৰ যোগেদি এক স্মাৰক পত্ৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে । সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সন্তোষ কুৰ্মীৰ নেতৃত্বত যোৱা দলটোৱে আদিবাসী চাহ শ্ৰমিকৰ কেইবালানি দাবী যেনে জনজাতিকৰণ, শ্ৰমিকৰ মজুৰি ৪০০ টকা কৰা, এ বি চি টি ৱৰ্কাৰছ ৱেলফায়াৰ চাৰ্ভিচৰ নামত সন্থাটিৰ ৰেচন যোগান নিষিদ্ধ, চাহ শ্ৰমিকৰ বাসগৃহত বিজুলী বাতি সংযোগৰ বিনামূলীয়া ব্যৱস্থা গ্ৰহণ, চাহ শ্ৰমিকক যোগান ধৰা ৰেচনত ট্ৰেড মাৰ্ক দিয়া, শ্ৰম আইন আৰু শ্ৰমিক সুৰক্ষা নীতি আইন বলৱৎ কৰণ আদি দাবী সম্বলিত এক স্মাৰকপত্ৰ আজি চৰাইদেউ জিলাৰ উপায়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कन्नड शहरामध्ये आज अनुलोम सखी मंच तर्फे महिलादिन उत्साहात साजरा
कन्नड दि 8 आज महिला दिनाचे औचित्य साधून अनुलोम सखी मंच तर्फे कन्नड शहरातील...
दरंग जिला कृषि अधिकारी बिधुत कुमार तालुकदार गिरफ्तार
एक हिताधिकारी से तीन हजार रुपैया लेकर भ्रस्टाचार एव सतर्कता बिभाग के हाथों गिरफ्तार जिला कृषि...
પાટણ: જિલ્લા સેવા સદનના નવા કોન્ફરન્સ હોલમાં RTI અપીલની સુનાવણી | SatyaNirbhay News Channel
પાટણ : જિલ્લા સેવા સદનના નવા કોન્ફરન્સ હોલમાં RTI અપીલની સુનાવણી | SatyaNirbhay News Channel
कार्थी पर भड़के पवन कल्याण:तिरूपति लड्डू विवाद पर दिए बयान पर कहा- संवेदनशील मुद्दे पर बोलने की हिम्मत मत करना
आंध्र प्रदेश का श्री वेंकटेश्वर स्वामी मंदिर (तिरूपति मंदिर), प्रसाद के रूप में बांटे जाने वाले...