টিংখাঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। নিজ ঘৰৰ ভিতৰত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ। মৃতদেহৰ মূৰত গুৰুতৰ আঘাতৰ চিন । এই ঘটনা সংঘটিত হৈছে টিংখাঙৰ ৰাজগড় আৰক্ষী চকীৰ অন্তৰ্গত কাকৱনী ব্লক গাঁৱত। গাওঁখনৰ নিতুল শইকীয়া আৰু তেওঁৰ দুই পুত্ৰ কৰ্মসূত্ৰে চেন্নাইত থাকে। ঘৰত কেৱল নিতুলৰ পত্নী প্ৰায় ৪০ বছৰীয়া নিৰদা শইকীয়া অকলশৰে থাকে। ইয়াৰে সুযোগ গ্ৰহণ কৰি দুবৃত্তই মহিলা গৰাকীৰ মূৰত কোনো গধুৰ বস্তুৱে আঘাত কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে। কালিয়েই ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে যদিও আজি পোহৰলৈ অহাত সন্ধিয়া ঘটনা স্থলীত টিংখাং আৰু ৰাজগড় আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে। ইফালে মহিলা গৰাকীয়ে থকা ঘৰটোৰ আগফালৰ দৰ্জা খন বন্ধ থকাৰ বিপৰীতে পাছফালৰ দৰ্জাখন খোলা হৈ আছে। আৰু মহিলাগৰাকীৰ মৃতদেহ ঘৰৰ ভিতৰত মজিয়াত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয়। পৰৱৰ্তী সময়ত মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। মৰোনত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্তৰ পাছত ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব। কি পৰিস্থিতিত মহিলা গৰাকী হত্যাৰ বলি হব লগা হল ইয়াক লৈ সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  ચોટીલાના પિયાવા ગામ નજીક ટેમ્પોએ બે બાઇકને અડફેટે લેતાં અકસ્માત સર્જાયો:પાંચ લોકો ઇજાગ્રસ્ત, બે બાળકોની હાલત ગંભીર 
 
                      ચોટીલાના પિયાવા ગામ નજીક ટેમ્પોએ બે બાઇકને અડફેટે લેતાં અકસ્માત સર્જાયો હતો. ટેમ્પોએ ટક્કર મારતાં...
                  
   ગરબાડા મામલતદારને વીસીઈની માંગણીઓનું નિરાકરણ ન આવતા હડતાળ ફરી શરૂ કરવા આવેદન 2022 | Spark Today News 
 
                      ગરબાડા મામલતદારને વીસીઈની માંગણીઓનું નિરાકરણ ન આવતા હડતાળ ફરી શરૂ કરવા આવેદન 2022 | Spark Today News
                  
   વડીયા ખડખડ ગામના મહિલા સરપંચ થયા એસટી તંત્ર સામે આગબબુલા જુઓ અમરેલી મેટ્રો પર 
 
                      વડીયા ખડખડ ગામના મહિલા સરપંચ થયા એસટી તંત્ર સામે આગબબુલા જુઓ અમરેલી મેટ્રો પર
                  
   GJ24NEWS: નલ એ જલ યોજના ને પોકળ સાબિત કરતી રાધનપુર ની ઘટના 
 
                      GJ24NEWS: નલ એ જલ યોજના ને પોકળ સાબિત કરતી રાધનપુર ની ઘટના
                  
   થરાદમાં બસને ગાય આડી આવતાં અકસ્માત સર્જાયો :  51 મુસાફરોનો બચાવ 
 
                      થરાદ ડેપોની બસને ભાવનગરના નિરમા પાટીયા નજીક ગુરુવારે રાત્રે અચાનક વચ્ચે ગાય આવી જતાં 51 મુસાફરો...
                  
   
  
  
   
   
   
  