ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিও অব্যাহত আছে চোৰাং কয়লাৰ ৰমৰমীয়া বেহা । মেঘালয়ৰ বৰ্নিহাটৰ পৰা নিতৌ অসমৰ বিভিন্ন প্ৰান্তলৈ অবৈধভাবে সৰবৰাহ হয় চোৰাং কয়লা। মঙ্গলবাৰে মৰিগাওঁ আৰক্ষীয়ে নগৰৰ মাজমজিয়াৰ শিব মন্দিৰৰ কাষৰ পৰা জব্দ কৰে এনে এখন অবৈধ কয়লা ভৰ্তি বাৰচকীয়া ট্ৰাক। NL 01 AG 1240 নম্বৰৰ ১২ চকীয়া ট্ৰাকখনত প্ৰায় ৩৮ টন চোৰাং কয়লা সৰবৰাহ কৰিছিল।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চাৰিজন সৰবৰাহকাৰী ক্ৰমে শিলচৰৰ নজৰুল ইছলাম ভুঞা আৰু বিল্লাল উদ্দিন তালুকদাৰৰ লগতে নেলীৰ আকবৰ আলী আৰু আমোল হকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આટકોટ ડોડીયાળા ખેડુત નો મોબાઈલ ફોન ચોરી
ડોડીયાળા ગામે વાડીમાં આટો મારવા જતાં તેનો મોબાઈલ ફોન મોટરસાયકલ ની બેંગ માં રાખેલ હતો બેગ માંથી...
गुजरात में सड़क हादसे में 6 की मौत, 35 जख्मी:ड्राइवर रील बना रहा था
गुजरात के प्रसिद्ध तीर्थस्थल अंबाजी में सोमवार सुबह भीषण सड़क हादसा हो गया। इसमें 6 लोगों की मौत...
પેટલાદમાં આંગણવાડીના બહેનો બે દિવસ હડતાલ ઉપર
પેટલાદમાં વિવિધ આંગણવાડીમાં ફરજ બજાવતા કર્મચારીઓ વિવિધ પ્રશ્નો અને માંગણીઓનો ઉકેલ ન આવતા 16 અને...
ভুৱা বাতৰিত ভুল নগৈ সতীৰ্থ আৰু ৰাইজক ধয্য নেহেৰুৱাবলৈ আহ্বান আলফা সভাপতি অৰবিন্দ ৰাজখোৱাৰ
ভুৱা বাতৰিত ভুল নগৈ সতীৰ্থ আৰু ৰাইজক ধয্য নেহেৰুৱাবলৈ আহ্বান আলফা সভাপতি অৰবিন্দ ৰাজখোৱাৰ।...
Bharat NCAP की होगी 15 दिसंबर से शुरुआत, सबसे पहले इस पॉपुलर कार की होगी क्रैश टेस्टिंग
Hyundai Tucson पहले भी यूरो एनकैप और लेटिन एनकैप के सामने क्रैश टेस्ट से गुजर चुकी है। इस क्रैश...