গৌৰৱ অভিজিত দিলীপ তিনিচুকীয়াৰ নতুন আৰক্ষী অধীক্ষক,

তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীক গুৱাহাটীৰ বশিষ্ঠস্থিত 1st AFPF Bn. ৰ কামাণ্ডেন্টৰ দায়িত্ব অৰ্পণ