অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদ নিষ্পত্তি সন্দৰ্ভত  অৰুণাচল প্ৰদেশৰ মন্ত্ৰী হনচুম নাংডামে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত। দুয়োখন ৰাজ্যৰ যুটীয়া আঞ্চলিক সমিতিৰ দ্বিতীয় লানি বৈঠকত অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়াইছে অৰুণাচল প্ৰদেশৰ মন্ত্ৰী গৰাকীয়ে।