ৰাজ্যৰ বিভিন্ন প্ৰান্তত আধ্যাত্মিক পৰিৱেশৰ মাজেদি ৰাজ্যবাসীয়ে আজি অনুষ্ঠিত কৰিলে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা। ইয়াৰ সমান্তৰালভাৱে ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষীয়ে আৰক্ষী থানা চৌহদত অনুষ্ঠিত কৰিলে বিশ্ব খনিকৰৰ বিশ্বকৰ্মা পূজা। মৰাণ আৰক্ষীয়ে আৰক্ষীৰ বাহন সমূহ পূজা কৰাৰ লগতে থানাত থকা সকলো অস্ত্ৰ শস্ত্ৰ বিশ্ব খনিকৰৰ মূৰ্তিৰ ওচৰত দি পূজা অৰ্চনা কৰে। উল্লেখযোগ্য যে মৰাণ থানাৰ আৰক্ষীয়ে প্ৰতিবছৰে এইদৰে থানাৰ অস্ত্ৰ শস্ত্ৰ সমূহ বিশ্ব খনিকৰৰ পূজাৰ দিনা পূজা অৰ্চনা কৰি নেদেখা জনৰ পৰা আৰ্শীবাদ লয়। বহু ঠাইত বিশ্ব খনিকৰৰ পূজাক লৈ আধ্যাত্মিকতাৰ লগতে উশৃংখলতাৰ পৰিবেশ দেখা পোৱা যায় যদিও মৰাণ থানাৰ আৰক্ষী সকলে ৰাইজক নিৰাপত্তা দিয়াৰ মাজতে নিজৰ নিৰাপত্তাৰ বাবে থকা অস্ত্ৰ শস্ত্ৰ সমূহ এইদৰে পূজা অৰ্চনা কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમરેલી જિલ્લામાં કલા મહાકુંભ યોજાશે ભાગ લેવા માટે તારીખ 25 ઓગસ્ટ સુધીમાં રજિસ્ટ્રેશન ફોર્મ ભરવા
અમરેલી જિલ્લામાં કલા મહાકુંભ યોજાશે
ભાગ લેવા માટે તા.૨૫ ઓગસ્ટ સુધીમાં રજીસ્ટ્રેશન ફોર્મ ભરવા...
আঙুৰলতা ডেকাৰ বিৰুদ্ধে মৰাণত ৭ টাকৈ সংগঠনৰ প্ৰতিবাদ
ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্রী আঙুৰলতা ডেকাৰ নেতৃত্বত ২৮ জুলাই তাৰিখে ওলোৱা প্ৰতিবাদী সমদলত আহোম...
স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি মৰিগাঁও জিলা প্ৰশাসনৰ
স্বাধীনতা দিৱস উদযাপনকলৈ ব্যাপক প্ৰস্তুতি চলাইছে মৰিগাঁও জিলা প্ৰশাসনে। এইলৈ স্থানীয়...
10 हजार रुपये से कम में मिलेगा 50MP कैमरा वाला 5G फोन, 5000mAh की पावरफुल बैटरी से है लैस
10 हजार रुपये से कम कीमत पर एक नया फोन खरीदना चाह रहे हैं तो ये जानकारी आपके काम की हो सकती है।...
प्रभाग क्र 28 के लोकप्रिय अधिकृत उम्मीदवार साबिर पटेल का लोग ने किया सत्कार .
प्रभाग क्र 28 के लोकप्रिय अधिकृत उम्मीदवार साबिर पटेल का लोग ने किया सत्कार .