আজি ০২-০৮-২২ তাৰিখ মঙলবাৰে , বননগৰীত অসম দৰ্শন আচনিৰ অধীনত নিৰ্মান হবলগা শিৱ নামঘৰৰ নিৰ্মান কাৰ্য্যৰ শুভাৰম্ভ কৰে কলাইগাওৰ বিধায়ক দুৰ্গাদাস বড়োই। লগতে এই অনুষ্ঠানত উপস্থিত থাকে বৃহত্তৰ অঞ্চলৰ ৰাইজ।