সমগ্ৰ উত্তৰ পূবৰ মাজত সৰ্ববৃহত পৰিমাণৰ ড্ৰাগছ হিৰোইন জব্দ কৰা হৈছে কৰিমগঞ্জত। আৰু গোপন সূত্ৰৰ খবৰৰ ভিত্তিত যোৱা গভীৰ নিশাৰ ভাগত বিএছএফ আৰু কৰিমগঞ্জৰ আৰক্ষী যুটিয়া অভিযান চলাই কৰিমগঞ্জৰ চহৰৰ নিলগত নিউ কৰিমগঞ্জৰ ৰেল ষ্টেচনৰ উছৰৰ পৰা এই বৃহত পৰিমাণৰ ড্ৰাগছ হিৰোইন জব্দ কৰিবলৈ সক্ষম হৈছে । 764 টো ছাবনৰ বাকচৰ পৰা 9 কেজি 47 গ্ৰাম হিৰোইন উদ্ধাৰ কৰা হৈছে। লগতে মাতাব উদ্দিন নামৰ এক ড্রাগছ সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে। উদ্ধাৰ হোৱা হিৰোইন খিনিৰ বজাৰ মূল্য চল্লিশ কোটি টকা বুলি আৰক্ষীয়ে জানিবো দিছে। কবলৈ গলে সমগ্ৰ উত্তৰ পুৰ্বাঞ্চলৰ মাজত সৰ্ববৃহত পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে কৰিমগঞ্জৰ আৰক্ষী আৰু বিএছএফে। যাৰ কাৰনে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে কৰিমগঞ্জত। অধিক তথ্যৰ বাবে আটক হোৱা মাতাব উদ্দিনক সোধপোছ অব্যাহত ৰাখিছে কৰিমগঞ্জৰ আৰক্ষীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नदी में पैर फिसलने से 8 वर्षीय बालिका डूबी, एसडीआरएफ द्वारा रेस्क्यू जारी
कोटा. जिले के सांगोद थाना क्षेत्र के कुराड़ियाखुर्द गांव में उजाड़ नदी में नहाते समय एक बालिका...
Delhi Election 2024 News: चुनाव से पहले Kejriwal का महिलाओं को बड़ा तोहफा, मिलेंगे 1000 रुपये
Delhi Election 2024 News: चुनाव से पहले Kejriwal का महिलाओं को बड़ा तोहफा, मिलेंगे 1000 रुपये
*BSNL के 300 दिन वाले अनलिमिटेड प्लान ने उड़ाई प्राइवेट कंपनियों की नींद, Jio Airtel Vi से बेहद सस्ता प्लान, जानें डिटेल
*BSNL के 300 दिन वाले अनलिमिटेड प्लान ने उड़ाई प्राइवेट कंपनियों की नींद, Jio Airtel Vi से बेहद...
Jharkhand Politics: ED की पूछताछ में Hemant Soren ने किया बड़ा खुलासा! | Breaking News | Ranchi News
Jharkhand Politics: ED की पूछताछ में Hemant Soren ने किया बड़ा खुलासा! | Breaking News | Ranchi News