সমগ্ৰ উত্তৰ পূবৰ মাজত সৰ্ববৃহত পৰিমাণৰ ড্ৰাগছ হিৰোইন জব্দ কৰা হৈছে কৰিমগঞ্জত। আৰু গোপন সূত্ৰৰ খবৰৰ ভিত্তিত যোৱা গভীৰ নিশাৰ ভাগত বিএছএফ আৰু কৰিমগঞ্জৰ আৰক্ষী যুটিয়া অভিযান চলাই কৰিমগঞ্জৰ চহৰৰ নিলগত নিউ কৰিমগঞ্জৰ ৰেল ষ্টেচনৰ উছৰৰ পৰা এই বৃহত পৰিমাণৰ ড্ৰাগছ হিৰোইন জব্দ কৰিবলৈ সক্ষম হৈছে । 764 টো ছাবনৰ বাকচৰ পৰা 9 কেজি 47 গ্ৰাম হিৰোইন উদ্ধাৰ কৰা হৈছে। লগতে মাতাব উদ্দিন নামৰ এক ড্রাগছ সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে। উদ্ধাৰ হোৱা হিৰোইন খিনিৰ বজাৰ মূল্য চল্লিশ কোটি টকা বুলি আৰক্ষীয়ে জানিবো দিছে। কবলৈ গলে সমগ্ৰ উত্তৰ পুৰ্বাঞ্চলৰ মাজত সৰ্ববৃহত পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে কৰিমগঞ্জৰ আৰক্ষী আৰু বিএছএফে। যাৰ কাৰনে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে কৰিমগঞ্জত। অধিক তথ্যৰ বাবে আটক হোৱা মাতাব উদ্দিনক সোধপোছ অব্যাহত ৰাখিছে কৰিমগঞ্জৰ আৰক্ষীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધ્રોલ મચ્છોમાં મિત્ર મંડળ દ્વારા મટકી ફોડ કાર્યક્રમ જન્માષ્ટમી મહોત્સવ ગાંધી ચોક ધ્રોલમા મચ્છોમાં
ધ્રોલ મચ્છોમાં મિત્ર મંડળ દ્વારા મટકી ફોડ કાર્યક્રમ જન્માષ્ટમી મહોત્સવ ગાંધી ચોક ધ્રોલમા મચ્છોમાં
Sau Baat Ki Ek Baat : Kishore Ajwani | Russia Ukraine | PM Modi | Chandrayaan 3 | BRICS | Iran
Sau Baat Ki Ek Baat : Kishore Ajwani | Russia Ukraine | PM Modi | Chandrayaan 3 | BRICS | Iran
ડીસામાં અસમાજીક તત્વોએ મચાવ્યો આતંક || સબંધ ભારત ન્યૂઝ ||
ડીસામાં અસમાજીક તત્વોએ મચાવ્યો આતંક || સબંધ ભારત ન્યૂઝ ||
Tech Mahindra Falls By 15% In A Month| खराब नतीजों के बाद भी क्यों दी जा रही है ऐसी सलाह? |Axis Bank
Tech Mahindra Falls By 15% In A Month| खराब नतीजों के बाद भी क्यों दी जा रही है ऐसी सलाह? |Axis Bank