চৰাইদেউ ঐতিহাসিক মৈদামস্থলীত বেদখলমুক্ত কৰাৰ পোষকতা মন্ত্ৰী যোগেন মহনৰ। ঐতিহাসিক সমল সমূহ সংৰক্ষণৰ জৰিয়তে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ আশ্বাস মন্ত্ৰী গৰাকীৰ। চৰাইদেউ দেওশাল আৰু লাংকুৰী দৌলত মাটি খননৰ বিৰোধিতা মন্ত্ৰী গৰাকীৰ। আনহাতে মৈদামৰ মাটিত বসবাস কৰা লোকসকল যদি প্ৰকৃততে ভূমিহীন তেনেহলে অন্য স্থানত সংস্থাপিত কৰি হলেও ঐতিহাসিক সমল সমূহ বেদখল মুক্ত কৰা হ'ব বুলি মন্তব্য মন্ত্ৰী যোগেন মহনৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દેશના કુલ 33 સ્થળો પર CBIએ પાડ્યા દરોડા, જાણો કેવી રીતે કૌભાંડનો થયો પર્દાફાશ
દેશના કુલ 33 સ્થળો પર CBIએ પાડ્યા દરોડા, જાણો કેવી રીતે કૌભાંડનો થયો પર્દાફાશ
Rahul Arora On Share Market Rally: 10 साल में भारत की GDP $10 अरब की होगी | Nifty | Business News
Rahul Arora On Share Market Rally: 10 साल में भारत की GDP $10 अरब की होगी | Nifty | Business News
সুধাকণ্ঠৰ ওপজা দিনত ব্যতিক্ৰমীভাৱে শ্ৰদ্ধাঞ্জলী দুগৰাকী কণমানিৰ ৷
সুধাকণ্ঠৰ ওপজা দিনত ব্যতিক্ৰমীভাৱে শ্ৰদ্ধাঞ্জলী দুগৰাকী কণমানিৰ ৷ গোলাঘাটৰ ২ নং শেনছোৱাৰ দৰ্শনা...
Priyanka Gandhi: 'कब जागेगी इंसानियत, कितने और बच्चों की चढ़ाओगे बलि', इजरायल-हमास युद्ध पर बोलीं प्रियंका गांधी
Priyanka Gandhi on Israel Hamas war इजरायल-हमास युद्ध थमने का नाम नहीं ले रहा है और हर...
টংলা প্ৰেছ ক্লাৱৰ উদ্যোগত সমাজ কৰ্মী আৰু সাংবাদিকক ধনেশ্বৰ ৰাভা সোঁৱৰণী বঁটা প্ৰদান
টংলা প্ৰেছ ক্লাৱৰ উদ্যোগত সমাজ কৰ্মী আৰু সাংবাদীকক ধনেশ্বৰ ৰাভা সোঁৱৰণী বঁটা প্ৰদান■