ৰঙিয়াৰ দহৰাত উদ্ধাৰ প্ৰকাণ্ড অজগৰ। অজগৰ চাবলৈ উপস্থিত অগণন লোক। ৰঙিয়া-বালিসত্ৰ পথৰ দাতিত উদ্ধাৰ প্ৰকাণ্ড অজগৰ। গড়কপ্তানী পথটোৰ দাতিত ৰাইজে প্ৰত্যক্ষ কৰে অজগৰডাল। অজগৰডালৰ দৈৰ্ঘ্য প্ৰায় ১২ ফুট আৰু ওজন ২৫ কেজি হ'ব বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে। পিছত স্থানীয় ৰাইজে সংবাদ কৰ্মীৰ সহযোগত অজগৰডাল বন বিভাগক চমজাই দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शंकराचार्य के बयान पर भड़के रामभद्राचार्य:बोले- उसने कहा कश्मीर में आर्टिकल 370 बहाल कर दिया जाए; खिलौना है क्या, जो बहाल कर दो
ज्योतिष मठ के शंकराचार्य अविमुक्तेश्वरानंद सरस्वती के कश्मीर में आर्टिकल 370 बहाल करने के बयान पर...
Maharashtra Politics: Kirit Somaiya के बयान से Shinde गुट हुआ नाराज, महायुति सरकार पर किए सवाल
Maharashtra Politics: Kirit Somaiya के बयान से Shinde गुट हुआ नाराज, महायुति सरकार पर किए सवाल
ৰাজ্যজুৰি পালন কৰা হ’ল বিশ্ব খনিকৰৰ পূজা-অৰ্চনা
ৰাজ্যজুৰি পালন কৰা হ’ল বিশ্ব খনিকৰৰ পূজা-অৰ্চনা