তিনিচুকীয়া জিলা তালাপ আৰক্ষী চকীৰ অন্তৰ্গত খোবাং চাহ বাগিছাৰ NG ২৮ নম্বৰ বাগানৰ মাজত মানুহৰ এক কংকাল পৰি থকা পৰিলক্ষিত হয়। বাগানত কৰ্মৰত থকা চকীদাৰ দুজনে চাৰিও পাশে আজি পুৱা টহল দি থকাৰ অৱস্থাত কংকালটোক দেখা পাই স্থানীয় বাগিছাৰ কৰ্মৰত থকা মহৰি এলবাৰ্ট এক্কাক খবৰ দিয়ে। লগে লগে বাগিছাৰ মেনেজমেণ্টে তালাপ আৰক্ষী চকীত খবৰ দিয়ে। তালাপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিলপ দাসৰ আৰক্ষীৰ দল এটা আহি বাগানত পৰি থকা কংকালটোক উঠাই লৈ যায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ahmdabad/खोखरा मणिनगर LG ब्रिज का आज उद्घाटन,रात में दिखता है तिरंगे के रंग में लिपटा अधबुद्ध नजारा
ahmdabad/खोखरा मणिनगर LG ब्रिज का आज उद्घाटन,रात में दिखता है तिरंगे के रंग में लिपटा अधबुद्ध नजारा
જોધપુર પ્રાથમિક શાળાના વિદ્યાર્થીઓ વિરપુર પોલીસ સ્ટેશન સહિતની સરકારી કચેરીઓની મુલાકાત લીધી...
વિરપુર તાલુકાની જોધપુર પ્રાથમિક શાળાના વિદ્યાર્થીઓ તાલુકાની વિવિધ કચેરીઓની મુલાકાત લીધી હતી...
Apple का ये खास फीचर होगा WhatsApp का हिस्सा, इस नए फीचर पर काम कर रहा है App, यहां जानें डिटेल
WhatsApp अपने कस्टमर्स के लिए नए नए फीचर्स लाता रहता है ताकि वह अपने कस्टमर्स को बेहतर...
પાલનપુરના ગઠામણ પાટીયા નજીક કાર ડીવાઇડર સાથે ટકરાતાં યુવકનું મોત
પાલનપુર-અમદાવાદ હાઈવે પર ગઠામણ પાટિયા નજીક ગુરુવારે રાત્રે કારનું ટાયર ફાટતા કાર ફંગોળાઈ ડીવાઈડર...