দেওমৰনৈৰ সমীপৰ নন্দন কানন বিদ্যা নিকেতন, ৰাজঘাটত নবাব চেৰিটেবল ফাউণ্ডেশ্যনৰ অধীনত ৰোহিনী স্কুল এণ্ড কলেজ অৱ নাৰ্চিং, হায়দৰাবাদৰ পৰা সুখ্যাতিৰে ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ লগতে অভিভাৱক সন্মিলন এখন অনুষ্ঠিত হয়। সোমবাৰে দিনৰ ১১-০০ বজাত নবাব চেৰিটেবল ফাউণ্ডেশ্যনৰ অধ্যক্ষ চামছুল হক হুদাই আঁতধৰা সভাখন সঞ্চালনা কৰে বিশিষ্ট অধিবক্তা, গীতিকাৰ, সুৰকাৰ আব্দুল মালিকে। সভাত বড়ো অ'মেন জাষ্টিচ ফ'ৰামৰ মুখ্য উপদেষ্টা, সাহিত্য অকাডেমি বঁটা পাপক ডঃ অঞ্জলি প্ৰভা দৈমাৰীয়ে অংশগ্ৰহণ কৰি শিক্ষাৰ্থী সকলক উদ্দেশ্যি মনোজ্ঞ আলোচনা আগবঢ়ায় । অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস,ৰাজঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ লোহিত ডেকা, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভাৰত ভূষণ মহন্ত, জ্যেষ্ঠ সাংবাদিক হিতেশ হাজৰিকা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰা সভাত ৰোহিনী স্কুল এণ্ড কলেজ অৱ নাৰ্চিং, হায়দৰাবাদৰ পৰা বিএচি নাৰ্চিং আৰু জিএনএমত উত্তীৰ্ণ প্ৰায় আঠত্ৰিশ গৰাকী শিক্ষাৰ্থীক উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোণৰ আ-অলংকাৰ চাফা কৰাৰ চলেৰে লুট
আৰক্ষীৰ জালত বিহাৰৰ ৰমেশ কুমাৰ
জামুগুৰিহাটৰ মূঢ়াদলৰ নিজৰা বৰুৱা নামৰ মহিলাগৰাকীৰ গৃহত আহি উপস্থিত হৈ ৰাসায়নিক দ্ৰব্য মিহলি কৰি...
DEUBAR || DHIMANJYOTI ROY || ASSAMESE POEM ||
DEUBAR\\DHIMANJYOTIROY\\AssamesPoem
An Assamese poem of DhimanjyotiRoy
AUDIO...
শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰছাত্ৰী সন্মিলনীৰ প্ৰতিষ্ঠা দিৱস পালন
*শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনীৰ প্ৰতিষ্ঠা দিৱসৰ পালন।আজি শিৱসাগৰ...
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত পৰিদৰ্শন লুইনজ্যাতি গগৈ
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত পৰিদৰ্শন লুইনজ্যাতি গগৈ