সনলি হব পাৰে সম্প্ৰতি আৱাহন থিয়েটাৰত বহুল চৰ্চিত নাট লভিতাৰ নাম৷আজি জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰশৰ আৰু নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই নলবাৰীৰ পকোৱাত এক সংবাদমেল যোগে এই কথা সদৰি কৰে৷ উল্লেখ্য যে বৰ্তমান আৱাহন থিয়েটাৰৰ জনপ্ৰিয় হৈ পৰা নাট লভিতাক লৈ সামাজিক মাধ্যম আৰু একাংশ সংবাদ মাধ্যমত ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক অসন্মান কৰাৰ অভিযোগ উঠিছে৷এই সম্পৰ্কত কিছু কিছু দল সংগঠনেও নাট্যকাৰ ভট্টাচাৰ্য আৰু থিয়েটাৰ কতৃপক্ষক সমালোচনা কৰিছে৷এইবোৰৰ বাবে আজি পকোৱাত প্ৰয়োজনত নাটক খনৰ নাম সলনি কৰাৰ কথাও বিশিষ্ট অভিনেত্ৰী গৰাকীয়ে স্পষ্ট কৈ ঘোষণা কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जो बाइडेन आधिकारिक अमेरिकी यात्रा के लिए ऑस्ट्रेलियाई पीएम की करेंगे मेजबानी, होगी कई मुद्दों पर चर्चा
वॉशिंगटन, अमेरिकी राष्ट्रपति जो बाइडेन 25 अक्टूबर को आधिकारिक यात्रा के लिए ऑस्ट्रेलिया के...
ડીસામાં ગોડાઉનમાંથી લાખો રૂપિયાનો તેલ બારોબાર વેચી છેતરપિંડી આચરતાં ચકચાર : એક શખ્સની અટકાયત કરાઇ
ડીસામાં પેઢીના મહેતાજી અને તેના પિતા સહિત ત્રણ શખસોએ સાથે મળી ગોડાઉનમાંથી રૂ.90.69 લાખ રૂપિયાનો...
ছিপাঝাৰত পৰিবহন বিভাগৰ দুৰ্ঘটনা ৰোধৰ বাবে অভিযান
ছিপাঝাৰত পৰিবহন বিভাগৰ দুৰ্ঘটনা ৰোধৰ বাবে অভিযান। ছিপাঝাৰত সঘনাই সংঘটিত হৈ থকা পথ দুৰ্ঘটনা ৰোধৰ...
बाइक से आए चोर,दिनदहाड़े ले गए चोरी कर मकान का गेट,सीसीटीवी में कैद हुई चोरी की घटना
चोरों के हौसले बुलंद
दादाबाड़ी गुरुद्वारे के पीछे स्थित एक मकान से दिनदहाड़े गेट...